জম্মু-কাশ্মীৰত আৰক্ষী আৰু নিৰাপত্তাৰক্ষীৰ যুটীয়া অভিযানত নিহত ৪ সন্ত্ৰাসবাদী…

জম্মু-কাশ্মীৰত আৰক্ষী আৰু নিৰাপত্তাৰক্ষীৰ যুটীয়া অভিযানত নিহত ৪ সন্ত্ৰাসবাদী…
  • জম্মু-কাশ্মীৰৰ অনন্তনাগত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে আৰক্ষী আৰু নিৰাপত্তাৰক্ষীৰ যুটীয়া অভিযান।
  • অভিযানকালত নিহত হয় ৪ দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী।
  • অনন্তনাগৰ ডিয়ালগামত আৰক্ষী-নিৰাপত্তীৰক্ষীৰে সংঘৰ্ষত নিহত হয় সন্ত্ৰাসবাদী কেইটা।
  • অঞ্চলটোত সন্ত্ৰাসবাদীৰ এটা দল আত্মগোপন কৰি থকাৰ খবৰ লাভ কৰিছিল আৰক্ষীয়ে।
  • তাৰ পিছতে যুটীয়াভাৱে চলোৱা হৈছিল অভিযান।
  • নিহত সন্ত্ৰাসবাদী কেইটাৰ পৰা বহু পৰিমাণৰ অস্ত্ৰ শস্ত্ৰ জব্দ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in