শেহতীয়া খবৰ
কোৰোনাত আক্ৰান্ত হৈ কি ক'লে ভাস্কৰজ্যোতি মহন্তই...  •  ট্ৰাম্প সংবাদ মেলত ব্যস্ত থকাৰ সময়তেই আমেৰিকাৰ হোৱাইট হাউচত গুলীবৰ্ষণ...  •  ধেমাজি টাউন ব্ল’ক কংগ্ৰেছৰ উদ্যোগত "পৰিবেশ প্ৰভাৱ নিৰূপন খচৰা ২০২০"ৰ বিৰুদ্ধে সজাগতামূলক সভা-মানৱ শৃংখল কাৰ্যসূচী...  •  ধেমাজি প্ৰেছ ক্লাৱত বিধায়ক ৰনোজ পেগুৰ সংবাদমেল...  •  দেশৰ শীৰ্ষ ৫ ‘আৰ্ম ৰেছলাৰ’ৰ ভিতৰত স্থান লাভ অসমৰ সিদ্ধাৰ্থ মালাকাৰৰ...  •  দেশৰ শীৰ্ষ ৫ ‘আৰ্ম ৰেছলাৰ’ৰ ভিতৰত স্থান লাভ অসমৰ সিদ্ধাৰ্থ মালাকাৰৰ...  •  ৰাজ্যত পুনৰ ২৯০০ জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ, আক্ৰান্তৰ সংখ্যা ৬১,৭৩৭জনলৈ বৃদ্ধি...  •  প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ মগজুৰ অস্ত্ৰোপচাৰ সম্পন্ন, ৰখা হৈছে ভেন্টিলেটৰ ছাপৰ্টত...  •  দূৰদৰ্শনত ‘শ্ৰীমন্ত শংকৰদেৱ’ ধাৰাবাহিকখনৰ সম্প্ৰচাৰ বন্ধৰ দাবী শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক মিছনৰ...  •  অসম সহ ৬ ৰাজ্যৰ বান পৰিস্থিতিৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰে আলোচনা প্রধানমন্ত্ৰীৰ...

অসমত কোৰোনাত আক্ৰান্ত ৪গৰাকী ৰোগীৰ মৃত্যু…

253
  • দেওবাৰে অসমত কোৰোনাত আক্ৰান্ত হৈ থকা ৪গৰাকী ৰোগীৰ মৃত্যু।
  • স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰিলে এই তথ্য।
  • মৃত্যু হোৱা ৰোগী কেইগৰাকী হৈছে কৰিমগঞ্জৰ মৃদুলা ঘোষ(৫৪)।
  • কামৰূপ মেট্ৰৰ ৫০ বছৰীয়া চন্দ্ৰ দাস।
  • তিনিচুকীয়াৰ ৬২বছৰীয়া সান্তা সৰকাৰ ।
  • যোৰহাটৰ ৫২বছৰীয়া সমীৰ ফুকন।
  • এই লোককেইজনৰ মৃত্যুৰ লগে লগে ৰাজ্যত কোৰোনাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পালে ১০৫লৈ।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি