অসমত কোৰোনাত আক্ৰান্ত ৪গৰাকী ৰোগীৰ মৃত্যু…

অসমত কোৰোনাত আক্ৰান্ত ৪গৰাকী ৰোগীৰ মৃত্যু…
  • দেওবাৰে অসমত কোৰোনাত আক্ৰান্ত হৈ থকা ৪গৰাকী ৰোগীৰ মৃত্যু।
  • স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰিলে এই তথ্য।
  • মৃত্যু হোৱা ৰোগী কেইগৰাকী হৈছে কৰিমগঞ্জৰ মৃদুলা ঘোষ(৫৪)।
  • কামৰূপ মেট্ৰৰ ৫০ বছৰীয়া চন্দ্ৰ দাস।
  • তিনিচুকীয়াৰ ৬২বছৰীয়া সান্তা সৰকাৰ ।
  • যোৰহাটৰ ৫২বছৰীয়া সমীৰ ফুকন।
  • এই লোককেইজনৰ মৃত্যুৰ লগে লগে ৰাজ্যত কোৰোনাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পালে ১০৫লৈ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in