নাগালেণ্ডত নতুনকৈ ৪ জনৰ দেহত কোভিড-১৯…

নাগালেণ্ডত নতুনকৈ ৪ জনৰ দেহত কোভিড-১৯…
  • নাগালেণ্ডত নতুনকৈ কোৰোনাত আক্ৰান্ত হৈছে ৪জন লোক।
  • ৰাজ্যখনৰ স্বাস্থ্য বিভাগে এই তথ্য সদৰি কৰিছে।
  • নাগালেণ্ডত কোৰোনা ৰোগীৰ সংখ্যা ৫৩৯ গৰাকীলৈ বৃদ্ধি পাইছে।
  • ইয়াৰে ৩৪২ গৰাকী লোক এতিয়াও চিকিৎসাধীন হৈ আছে।
  • আনহাতে ১৯৭ গৰাকী সুস্থ হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in