শেহতীয়া খবৰ
দ্বিতীয় টি-২০ত টীম ইণ্ডিয়াৰ বিৰুদ্ধে ৭ উইকেটত পৰাস্ত দক্ষিণ আফ্ৰিকা...  •  পাকিস্তান জড়িত থকা কোনো অনুষ্ঠানত ভাগ নলবঃ আলকা য়াগনিক, কুমাৰ ছানু, উদিত নাৰায়নলৈ জাননী...  •  বৰপেটা চিকিৎসা মহাবিদ্যালয়ত ভাইৰেল ৰিচাৰ্ছ এণ্ড ডায়'গ্নষ্টিক লেব'ৰেটৰী মুকলি...  •  মৃত্যুৰ ক্ষণ গণি থকা এএছটিচিয়ে লাখ লাখ টকা ব্যয়েৰে ৩ দিনীয়াকৈ পালন কৰিলে বিশ্বকৰ্মা পূজা...  •  মৃত্যুৰ ক্ষণ গণি থকা এএছটিচিয়ে লাখ লাখ টকা ব্যয়েৰে ৩ দিনীয়াকৈ পালন কৰিলে বিশ্বকৰ্মা পূজা...  •  গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ ঋষিকেশ ৰয়ক দেশৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি...  •  গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ ঋষিকেশ ৰয়ক দেশৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি...  •  আফগানিস্তানত ভয়ংকৰ বিস্ফোৰণ, ৪ জনৰ মৃত্যু  •  বুঢ়া আৰক্ষী চকী কাণ্ডঃ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে নিজাকৈ ৰুজু কৰিছে গোচৰ, ডিজিপি-মুখ্য সচিবলৈ জাননী প্ৰেৰণ  •  বুঢ়া আৰক্ষী চকী কাণ্ডঃ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে নিজাকৈ ৰুজু কৰিছে গোচৰ, ডিজিপি-মুখ্য সচিবলৈ জাননী প্ৰেৰণ

ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত একে পৰিয়ালৰে ৪ সদস্য…

1,610

ডিজিটেল ডেস্কঃ অযোধ্যাৰ কোতৱালীত বুধবাৰে পুৱতি সংঘটিত হৈছে এক ভয়মকৰ দুৰ্ঘটনা। বাছ আৰু এখন বলেৰ বাহন সংঘৰ্ষৰ ফলত থিতাতে নিহত হয় বলেৰ খনত থকা ৪ জন যাত্ৰী। প্ৰাপ্ত খবৰ অনুসৰি বিহাৰৰ মধৱাপুৰৰ গাঁৱৰ নিৱাসী ছোতেলাল যাদৱৰ পৰিয়াল বলেৰ খনেৰে আমেথিৰ অভিমুখে যাত্ৰা কৰি আছিল। বুধবাৰে পুৱতি নিশা প্ৰায় ৩.৩০ বজাত ৰায়গঞ্জত সংঘটিত হয় এই দুৰ্ঘটনা।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি