শেহতীয়া খবৰ
লখিমপুৰৰ বগীনদীত কেবৰ বিৰুদ্ধে ৭ সংগঠনৰ প্ৰতিবাদ-পথ অৱৰোধৰ লগতে প্ৰতিকৃতি দাহ  •  ডিব্ৰুগড়ত 'No Cab' আতংক! বিধায়কৰ ঘৰ, এজিপি-বিজেপিকে ধৰি সকলো ৰাজনৈতিক দলৰে কাৰ্যালয়ত আছুৰ কেব বিৰোধী অভিযান, VIDEO  •  কৰ্ণাটকত অস্ত্ৰ আৰু ৫খন বাহনসহ ৪ দুৰ্বৃত্তক গ্ৰেপ্তাৰ...  •  কেবৰ বিৰুদ্ধে কটনিয়ানৰ প্ৰতিবাদঃ কটন বিশ্ববিদ্যালয়ৰ সাধাৰণ সম্পাদকৰে বিশেষ আলাপ...  •  কোকৰাঝাৰত নেচনেল ইনিচিয়েটিভ ফৰ স্কুল হেড এণ্ড টিচাৰ্ছ হলিষ্টিক এডভান্সমেণ্ট চমুকৈ নিষ্ঠাৰ প্ৰশিক্ষণ সমাপ্ত, শিক্ষা হ'ল জীৱনৰ লাইখূঁটাঃ জে পি ব্ৰহ্ম  •  ১০০ শতাংশ অপৰাধ দূৰ কৰাতো ভগৱান ৰামৰ বাবেও হয়তো সম্ভৱ নহয়ঃ মন্ত্ৰী ৰণবেন্দ্ৰ প্ৰতাপ সিং... VIDEO  •  প্ৰসংগঃ নাগৰিকত্ব সংশোধনী বিধেয়ক, চেঙাত আঞ্চলিক ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচী, VIDEO  •  শিক্ষা বিভাগৰ আজৱ কাণ্ড! অসমীয়া মাধ্যমৰ বিদ্যালয়ত বিলালে বাংলা ভাষাৰ পুথি, VIDEO  •  ২২ ডিচেম্বৰত মহানগৰীত 'আছাম কিডছ ছুপাৰ টেলেণ্ট' প্ৰতিযোগিতা, প্ৰদান কৰা হ'ব 'চিলড্ৰেন ছুপাৰ টেলেণ্ট এৱাৰ্ড, ২০১৯’  •  তামিলনাডুৰ নদীত জাৱৰ পেলালে টাউন পঞ্চায়ত কৰ্মীয়ে... VIDEO

মধ্যপ্ৰদেশৰ চেহৰত ৰহস্যজনক পথ দুৰ্ঘটনা, ৪ জনৰ মৃত্যু, সন্ধান নাই এজনৰ…

456
  • মধ্যপ্ৰদেশৰ চেহৰত ৰহস্যজনক পথ দুৰ্ঘটনা।
  • বাহন দুৰ্ঘটনাটোত থিতাতে নিহত ৪ জন লোক।
  • চেহৰৰ সমীপৰ ভূপাল-ইন্দোৰ পথত সংঘটিত হয় এই দুৰ্ঘটনা।
  • এখন চাৰিচকীয়া বাহনেৰে যাত্ৰা কৰিছিল ৫ জন লোকে।
  • পিছফালৰ অহা এখন গধুৰ বাহনে খুন্দা মাৰে তেওঁলোকৰ বাহনখনত।
  • দুৰ্ঘটনাটোত সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্থ হয় বাহনখনৰ পিছফালটো।
  • আনহাতে দুৰ্ঘটনাৰ পিছত ঘটনাস্থলীৰ পৰা ৪ জনৰ মৃতদেহ উদ্ধাৰ হ’লেও সন্ধানহীন হৈ আছে এজন লোক।
  • লোকজন সন্ধানহীন হোৱাক কেন্দ্ৰ এয়া পৰিকল্পতি হত্যাকাণ্ড বুলি দাবী কৰিছে একাংশই।
  • ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি