মধ্যপ্ৰদেশৰ চেহৰত ৰহস্যজনক পথ দুৰ্ঘটনা, ৪ জনৰ মৃত্যু, সন্ধান নাই এজনৰ…

মধ্যপ্ৰদেশৰ চেহৰত ৰহস্যজনক পথ দুৰ্ঘটনা, ৪ জনৰ মৃত্যু, সন্ধান নাই এজনৰ…
  • মধ্যপ্ৰদেশৰ চেহৰত ৰহস্যজনক পথ দুৰ্ঘটনা।
  • বাহন দুৰ্ঘটনাটোত থিতাতে নিহত ৪ জন লোক।
  • চেহৰৰ সমীপৰ ভূপাল-ইন্দোৰ পথত সংঘটিত হয় এই দুৰ্ঘটনা।
  • এখন চাৰিচকীয়া বাহনেৰে যাত্ৰা কৰিছিল ৫ জন লোকে।
  • পিছফালৰ অহা এখন গধুৰ বাহনে খুন্দা মাৰে তেওঁলোকৰ বাহনখনত।
  • দুৰ্ঘটনাটোত সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্থ হয় বাহনখনৰ পিছফালটো।
  • আনহাতে দুৰ্ঘটনাৰ পিছত ঘটনাস্থলীৰ পৰা ৪ জনৰ মৃতদেহ উদ্ধাৰ হ'লেও সন্ধানহীন হৈ আছে এজন লোক।
  • লোকজন সন্ধানহীন হোৱাক কেন্দ্ৰ এয়া পৰিকল্পতি হত্যাকাণ্ড বুলি দাবী কৰিছে একাংশই।
  • ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in