আন এক দুঃখবৰ! একেদিনাই কোৰোনাত প্ৰাণ গ’ল ৪ ৰোগীৰ…

আন এক দুঃখবৰ! একেদিনাই কোৰোনাত প্ৰাণ গ’ল ৪ ৰোগীৰ…
  • ৰাজ্যত পুনৰ কোৰোনাত আক্ৰান্ত চাৰিজনৰ মৃত্যু।
  • মৃত্যু হোৱা লোক কেইগৰাকীৰ নাম ক্ৰমে- সঞ্চিতা প'ল চৌধুৰী, স্বপ্না চৌধুৰী, য়াহিয়া আহমেদ বৰভূঞা আৰু ৰোমা ৰায়।
  • উল্লেখ্য যে, অসমত বৰ্তমানলৈ এই ভাইৰাছত আক্ৰান্ত হৈ ১৫৫জন লোকে হেৰুৱাইছে প্ৰাণ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in