শেহতীয়া খবৰ
একেখন মঞ্চত মায়াৱতী, মুলায়েম, অখিলেশ...  •  নিমিষতে ছাই হৈ গ'ল সকলো, দক্ষিণ শালমাৰাত অগ্নিকাণ্ডত ভস্মীভূত ৭ টা ঘৰ  •  ৰাহুল গান্ধীলৈ নিৰ্বাচন আয়োগৰ জাননী...  •  বিদায় কংগ্ৰেছ... ৰাহুললৈ প্ৰিয়ংকাৰ আবেগভৰা চিঠি!  •  আগমনীত আৰক্ষীৰ জালত ২ বলাৎকাৰী  •  একেদিনাই কংগ্ৰেছ এৰি শিৱসেনালৈ প্ৰিয়ংকা...  •  মোৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থীগৰাকী মোৰ বাবে ফেক্টৰ নহয়ঃ দিগ্বিজয় সিং  •  নগাঁৱৰ কঠীয়াতলীত ৰাবিজ ভৰ্তি ডাম্পাৰ আৰু বালি ভৰ্তি ট্ৰাক জব্দ, চাওক VIDEO  •  মঞ্চত ভাষণৰ মাজতে চৰিওৱা ব্যক্তিৰ বিৰুদ্ধে এজাহাৰ দাখিল হাৰ্দিকৰ  •  অসন্তুষ্ট কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা, অৱশেষত ল’লে পদত্যাগৰ সিদ্ধান্ত

ওদালগুৰিত নলখামৰাত ফুটবল প্ৰতিযোগিতাত কবিৰালীৰ জয়

106

ডিজিটেল সংবাদ, ওদালগুৰিঃ ওদালগুৰি জিলাৰ নলখামৰাত অংকুৰজ্যোতি ক্লাৱৰ উদ্যোগত স্বৰ্গীয় চম্বৰ ৰাভা আৰু আৱেৰি ৰাভাৰ সোৱঁৰণত ফুটৱল খেলৰ চূড়ান্ত প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায়।

খেলখন কবিৰালী আৰছু আৰু জেৰুচালম এফ চিৰ মাজত অনুষ্ঠিত হৈ যায়। উক্ত খেলখনত কবিৰালী আৰছুয়ে জেৰুচালম এফ চিক ৬-১ গ’লৰ ব্যৱধানত পৰাস্ত কৰে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি