শেহতীয়া খবৰ
হঠাৎ ৰাজপথত গাড়ীৰ পৰা নামি মুখ্যমন্ত্ৰীয়ে কৰ্তব্যৰত আৰক্ষীৰে পাতিলে কি কথা... VIDEO  •  লকডাউনঃ ডিজেলৰ অভাৱত মানকাচৰৰ পথাৰত অচল পানী মেচিন, তেলৰ বাবে গাৰো পাহাৰলৈ গ'লেও গুলীৰ ভাবুকি  •  জম্মু-কাশ্মীৰৰ কেৰণ ছেক্টৰত সেনা বাহিনীৰ অভিযান, নিহত ৫ সন্ত্ৰাসবাদী...  •  লকডাউনৰ মাজতে দৈগ্ৰোঙত অগ্নিকাণ্ড...  •  দৰঙত ২৪ মাৰ্চৰ পৰা আত্মগোপন কৰি থকা ৯ জামাতৰ সদস্যক আটক...  •  সন্ধিয়া ৭ বজালৈ কোৰোনা ভাইৰাছত ক’ত কিমান লোক আক্ৰান্ত-মৃত্যু, পঢ়ক সবিশেষ তথ্য...  •  সন্ধিয়া ৭ বজালৈ কোৰোনা ভাইৰাছত ক’ত কিমান লোক আক্ৰান্ত-মৃত্যু, পঢ়ক সবিশেষ তথ্য...  •  COVID-19ত আক্ৰান্ত হৈ ৬৬ সহস্ৰাধিক লোকৰ মৃত্যু, পঢ়ক ক’ত কিমান লোক আক্ৰান্ত...  •  COVID-19ত আক্ৰান্ত হৈ ৬৬ সহস্ৰাধিক লোকৰ মৃত্যু, পঢ়ক ক’ত কিমান লোক আক্ৰান্ত...  •  COVID-19ৰ সংক্ৰমণ তীব্ৰগতিত বৃদ্ধি পোৱাৰ সন্দৰ্ভত কি ক’লে স্বাস্থ্য মন্ত্ৰণালয়ৰ যুটীয়া সচিবে...

বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননীঃ অনাগত ৪ দিনলৈ ৰাজ্যত মুষলধাৰ বৰষুণ…

1,072
  • কেইবাদিন ধৰি হৈ থকা নেৰা নেপেৰা বৰষুণৰ ফলত ক্ৰমাৎ বৃদ্ধি পাইছে নদ–নদী সমূহৰ জলপৃষ্ঠ।
  • বৰঝাৰস্থিত বতৰ বিজ্ঞান কেন্দ্ৰই দিছে হোৱাৰ আগজাননী।
  • বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী অনুসৰি সমগ্ৰ অসমতে অব্যাহত থাকিব বৰষুণ।
  • ৰাজ্যৰ প্ৰতিখন জিলাতে কম-বেছি পৰিমাণে বৰষুণ হোৱাৰ সম্ভাৱনা ।
  • সেইদৰে ১৪ জুলাইত গুৱাহাটীত হ’ব ধাৰাসাৰ বৰষুণ
  • সমগ্ৰ উঃ-পূবতে বৰষুণ হোৱাৰ সম্ভাৱনা আছে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি