বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননীঃ অনাগত ৪ দিনলৈ ৰাজ্যত মুষলধাৰ বৰষুণ…

বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননীঃ অনাগত ৪ দিনলৈ ৰাজ্যত মুষলধাৰ বৰষুণ…
  • কেইবাদিন ধৰি হৈ থকা নেৰা নেপেৰা বৰষুণৰ ফলত ক্ৰমাৎ বৃদ্ধি পাইছে নদ–নদী সমূহৰ জলপৃষ্ঠ।
  • বৰঝাৰস্থিত বতৰ বিজ্ঞান কেন্দ্ৰই দিছে হোৱাৰ আগজাননী।
  • বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী অনুসৰি সমগ্ৰ অসমতে অব্যাহত থাকিব বৰষুণ।
  • ৰাজ্যৰ প্ৰতিখন জিলাতে কম-বেছি পৰিমাণে বৰষুণ হোৱাৰ সম্ভাৱনা ।
  • সেইদৰে ১৪ জুলাইত গুৱাহাটীত হ'ব ধাৰাসাৰ বৰষুণ
  • সমগ্ৰ উঃ-পূবতে বৰষুণ হোৱাৰ সম্ভাৱনা আছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in