শেহতীয়া খবৰ
২০ জুলাইত ওদালগুৰি আছুৱে সম্বৰ্ধনা জনাব ২১৯ গৰাকী মেধাৱী শিক্ষাৰ্থীক  •  ৰহাত এনএছইউআইৰ বান সাহায্য সংগ্ৰহ  •  মহিলাক জীৱন্তে দাহঃ ২ অপৰাধীক যাৱজ্জীৱন কাৰাদণ্ড  •  ওদালগুৰি জিলাত জাপানী এনকেফেলাইটিছৰ আতংকঃ ৩ জনৰ মৃত্যু, ৩২ গৰাকী সন্দেহজনক ৰোগী চিনাক্ত  •  ভাতৃক ৮ টা গুলীৰে গুলীয়াই হত্যাঃ সেই খবৰ পাইয়ো খেলপথাৰত দুৰ্দান্ত প্ৰদৰ্শন আৰ্চৰৰ...  •  হৰিশিঙাত নদীত উটি যোৱা ক্লেনিজ বসুমতাৰী নামৰ আনজন ছাত্ৰৰ মৃতদেহ উদ্ধাৰ...  •  বাহনসহ নৈত বাগৰি পৰিল এটা পৰিয়াল, কথমপি বাচিল প্ৰাণ  •  ভয়ংকৰ পথ দুৰ্ঘটনাত ৯ জনৰ মৃত্যু...  •  এতিয়াৰ পৰা পোছাকত চি চি কেমেৰা আঁৰি ডিউটি কৰিব ট্ৰফিক আৰক্ষীয়ে...  •  ২২ জুলাইত জোনবাইলৈ উৰা মাৰিব চন্দ্ৰযান-২

নাতিসহ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীৰ পুনৰ কংগ্ৰেছত যোগদান…

640
  • প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী সুখৰামে পুনৰ যোগ দিলে কংগ্ৰেছত।
  • তেওঁৰ নাতি আশ্ৰয় শৰ্মায়ো একেলগে কংগ্ৰেছত যোগদান দিলে।
  • সোমবাৰে পুৱা ভাগত কংগ্ৰেছ অধ্যক্ষক সাক্ষাৎ কৰিছিল দুয়োৱে।
  • কংগ্ৰেছ অধ্যক্ষক সাক্ষাৎ কৰাৰ পাছত যোগদান কৰে দলটোত।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি