নাতিসহ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীৰ পুনৰ কংগ্ৰেছত যোগদান…

নাতিসহ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীৰ পুনৰ কংগ্ৰেছত যোগদান…
  • প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী সুখৰামে পুনৰ যোগ দিলে কংগ্ৰেছত।
  • তেওঁৰ নাতি আশ্ৰয় শৰ্মায়ো একেলগে কংগ্ৰেছত যোগদান দিলে।
  • সোমবাৰে পুৱা ভাগত কংগ্ৰেছ অধ্যক্ষক সাক্ষাৎ কৰিছিল দুয়োৱে।
  • কংগ্ৰেছ অধ্যক্ষক সাক্ষাৎ কৰাৰ পাছত যোগদান কৰে দলটোত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in