চিকিৎসালয়ত ভৰ্তি প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী অৰুণ শ্বোৰী…

চিকিৎসালয়ত ভৰ্তি প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী অৰুণ শ্বোৰী…
  • প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী অৰুণ শ্বোৰী চিকিৎসাধীন।
  • দেওবাৰে হঠাৎ অচেতন হৈ পৰা প্ৰাক্তন কেন্দ্ৰী মন্ত্ৰীগৰাকী।
  • অচেতন হৈ মাটিত ঢলি পৰাৰ ফলত মূৰত সামান্য আঘাত পোৱা বুলিও চিকিৎসকে জনায়।
  • নিশাই অচেতন হোৱাৰ পাছত তেওঁক ভৰ্তি কৰা হৈছিল পুণেৰ এখন ব্যক্তিগত হাস্পতালত।
  • বৰ্তমান তেওঁ চেতনা ঘূৰাই পাইছে বুলিও সদৰী কৰিলে হাস্পতালখনৰ চিকিৎসকে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in