পঞ্চভূতত বিলীন দেশৰ প্ৰাক্তন বিত্তমন্ত্ৰী তথা জ্যেষ্ঠ বিজেপি নেতা অৰুণ জেটলী…

পঞ্চভূতত বিলীন দেশৰ প্ৰাক্তন বিত্তমন্ত্ৰী তথা জ্যেষ্ঠ বিজেপি নেতা অৰুণ জেটলী…

ডিজিটেল ডেস্কঃ পঞ্চভূতত বিলীন হল দেশৰ প্ৰাক্তন বিত্তমন্ত্ৰী তথা জ্যেষ্ঠ বিজেপি নেতা অৰুণ জেটলী। ৰাজকীয় সন্মানেৰে দিল্লীৰ নিগমবোধ ঘাটত সম্পন্ন হল অন্ত্যোষ্টিক্ৰিয়া। বিজেপিৰ বহুকেইজন জ্যেষ্ঠনেতাৰ উপস্থিতিত জেটলীৰ মুখাগ্নি কৰে পুত্ৰ ৰোহন জেটলীয়ে। অন্তিম সৎকাৰৰ পূৰ্বে জেটলীৰ নশ্বৰ দেহ অনা হৈছিল দিল্লীৰ বিজেপি মুখ্য কাৰ্যালয়লৈ। পুৱা ১০.৩০ বজালৈকে কাৰ্যালয়তে ৰখাৰ পাচত ২.৩০ বজাত অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন হয় প্ৰয়াত জেটলীৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in