মঙলবাৰে ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ ১০২ সংখ্যক জন্মজয়ন্তী

মঙলবাৰে ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ ১০২ সংখ্যক জন্মজয়ন্তী
  • মঙলবাৰে ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ ১০২ সংখ্যক জন্মজয়ন্তী।
  • পুৱাই দিল্লীৰ ইন্দিৰা গান্ধীৰ সমাধিস্থলত উপস্থিত হৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধী আৰু প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙে।
  • প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও টুইটাৰযোগে প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীক জনালে শ্ৰদ্ধাঞ্জলি।
  • ১৯১৭ চনত ১৯ নৱেম্বৰত এলাহাবাদত জন্মগ্ৰহণ কৰিছিল ইন্দিৰা গান্ধীয়ে।
  • স্বাধীন ভাৰতৰ তৃতীয় গৰাকী প্ৰধানমন্ত্ৰী হোৱাৰ বিপৰীতে ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী আছিল গান্ধী।
  • তেওঁ লালবাহাদুৰ শাস্ত্ৰী মন্ত্ৰীসভাৰ তথ্য আৰু অনাতাঁৰ মন্ত্ৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।
  • ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহেৰুৰ কন্যা আছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in