প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ মগজুৰ অস্ত্ৰোপচাৰ সম্পন্ন, ৰখা হৈছে ভেন্টিলেটৰ ছাপৰ্টত…

প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ মগজুৰ অস্ত্ৰোপচাৰ সম্পন্ন, ৰখা হৈছে ভেন্টিলেটৰ ছাপৰ্টত…

ডিজিটেল ডেস্কঃ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীক ভেণ্টিলেটৰ ছাপৰ্টত ৰখা হৈছে আৰ্মী ৰিছাৰ্চ এণ্ড ৰেফেল হাস্পতালত। মগজুৰ সফল অস্ত্ৰোপচাৰৰ পাছতে তেওঁক ৰখা হয় ভেন্টিৰেলটৰ ছাপৰ্টত। উল্লেখ্য যে, সোমবাৰে পুৱা ভাগত তেওঁ কোভিড টেষ্ট কৰাইছিল। য'ত তেওঁক কোভিড পজিটিভ বুলি ধৰা পৰিছিল।

টুইটাৰযোগে খোদ প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে কোৰোনাত আক্ৰান্ত হোৱা কৰিছিল সদৰী। টুইটাৰত তেওঁ লিখিছিল যে- 'আজি মোৰ দেহত কোভিড পজিটিভ ধৰা পৰিছে। যোৱা সপ্তাহৰ পৰা মোৰ সংস্পৰ্শলৈ অহা সকলোকে কোভিড টেষ্টা কৰিবলৈ অনুৰোধ জনাইছো।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in