দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ দেহত কোৰোনা…

দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ দেহত কোৰোনা…
  • দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ দেহত কোৰোনা সংক্ৰমণ।
  • এই কথা টুইটাৰযোগে জনাইছে তেওঁ।
  • সোমবাৰে তেওঁৰ কোৰোনা টেষ্ট কৰা হৈছিল।
  • বিগত দিনকেইটাত তেওঁৰ সংস্পৰ্শলৈ অহা সকলো লোককে পৰীক্ষা কৰিবলৈ আহ্বান।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in