দিনৰ ২ বজাত আস্থা ভোটত অৱতীৰ্ণ হ’ব মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰে, বিধানসভাত উপস্থিত দেবেন্দ্ৰ ফড়নবিছ

দিনৰ ২ বজাত আস্থা ভোটত অৱতীৰ্ণ হ’ব মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰে, বিধানসভাত উপস্থিত দেবেন্দ্ৰ ফড়নবিছ
  • মহাৰাষ্ট্ৰ বিধানসভাত উপস্থিত প্ৰাক্তন মুখ্যমন্ত্ৰী দেবেন্দ্ৰ ফড়নবিছ।
  • দিনৰ ২ বজাত বিধানসভাত আস্থা ভোটত অৱতীৰ্ণ হ'ব ত্ৰিদলীয় চৰকাৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰে।
  • ইফালে সকলো বিধায়ককে বিধানসভাত উপস্থিত থকাৰ নিৰ্দেশ দি হুইপ জাৰি কৰিছে এনচিপি আৰু শিৱসেনাই।
  • কংগ্ৰেছ-এনচিপি-শিৱসেনাৰ ত্ৰিদলীয় চৰকাৰত ১৭০ জন বিধায়কৰ সমৰ্থন থকাৰ দাবী মিত্ৰজোঁটটোৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in