গোলকগঞ্জৰ প্ৰাক্তন আলফা নেতা গুলীৱিদ্ধ… অসমীয়া প্ৰতিদিন ৰ দ্বাৰা Apr 20, 2022 ত শেষ সম্পাদনা কৰা হৈছে শ্বেয়াৰ কৰক গোলকগঞ্জৰ জিনকাটাত গুলীচালনাৰ ঘটনা।প্ৰাক্তন আলফা নেতালৈ লক্ষ্য কৰি দুৰ্বৃত্তৰ গুলী।সুভাষ বৰ্মন নামৰ আলফা নেতাগৰাকীৰ হাতত লাগে গুলী।দুৰ্বৃত্তই লৈ যায় বৰ্মনৰ বাইকখনো।ধনৰ লেন-দেনৰ বাবেই গুলীচালনা দুৰ্বৃত্তৰ। শ্বেয়াৰ কৰক