অৰুণ জেটলীৰ স্বাস্থ্য অধিক অৱনতি, ৰখা হৈছে…

অৰুণ জেটলীৰ স্বাস্থ্য অধিক অৱনতি, ৰখা হৈছে…
  • প্ৰাক্তন বিত্তমন্ত্ৰী অৰুণ জেটলীৰ স্বাস্থ্য অধিক অৱনতি।
  • লাইফ চাৰ্পোট চিষ্টেমত ৰখা হৈছে জেটলীক।
  • কিছুসময়ৰ পাছতে মোডী মন্ত্ৰীসভাৰ সকলো মন্ত্ৰী যাব চিকিৎসালয়লৈ।
  • যোৱা ৯ আগষ্টত তেওঁক ভত্তি কৰা হৈছিল দিল্লীস্থিত এইমছত।
  • শনিবাৰে পুৱা জেটলীৰ স্বাস্থ্যৰ খবৰ লবলৈ চিকিৎসালয়ত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিং।
  • বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰো শনিবাৰে আহিব জেটলীৰ খবৰ লবলৈ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in