দুৰ্ধৰ্ষ মাফিয়া দাউদ ইব্ৰাহিমৰ একালৰ সহযোগী লম্বু ছকিলৰ মৃত্যু…

দুৰ্ধৰ্ষ মাফিয়া দাউদ ইব্ৰাহিমৰ একালৰ সহযোগী লম্বু ছকিলৰ মৃত্যু…
  • দুৰ্ধৰ্ষ মাফিয়া দাউদ ইব্ৰাহিমৰ একালৰ সহযোগী ছকিল আহমেদ শ্বেইখ ওৰফে লম্বু ছকিলৰ দেহাৱসান।
  • মুম্বাইৰ যশলোক হাস্পতালত শেষ নিশ্বাস ত্যাগ লম্বুল ছকিলৰ।
  • দীৰ্ঘদিনৰ পৰা হৃদজনিত ৰোগত আক্ৰান্ত হৈ আছিল ছকিল।
  • অৱশেষত সোমবাৰে পুৱা মৃত্যু ঘটে ছকিলৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in