শেহতীয়া খবৰ
চৰকাৰে কৃষকসকলক বিভাজিত কৰি আন্দোলনটোক নিষ্ফল কৰাৰ প্ৰয়াস কৰিছেঃ প্ৰফেচৰ দৰ্শনপাল...  •  দেশৰ ১ লাখ ছাত্ৰ-ছাত্ৰীয়ে ব্যক্তিগতখণ্ডৰ বিদ্যালয় এৰি চৰকাৰী বিদ্যালয়লৈ ঢাপলি মেলিছে কিয়...  •  ধনশিৰি আছুত মোক্ষম আঘাত,আছু ত্যাগ কৰি যোগদান কৰিলে চুতীয়া ছাত্ৰ সন্থাত...  •  বিটিচিত বিজেপিয়ে একক সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিবঃ ৰঞ্জিত দাস...  •  সাংস্কৃতিক কৰ্মী বুন বৰাৰ উদ্যোগত বিন্দাচ অৰিজিনেল নামৰ আন্তঃৰাষ্ট্ৰীয় মনোৰঞ্জন ধৰ্মী এপৰ শুভাৰম্ভ...  •  ড্ৰাগছৰ গোচৰত গ্ৰেপ্তাৰ হোৱা অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীৰ ভাতৃ চৌভিক চক্ৰৱৰ্তীৰ জামিন মঞ্জুৰ...  •  বোকাজানৰ অসম-নাগালেণ্ড সীমান্তৰ লাহৰিজানত বিধ্বংসী অগ্নিকাণ্ড...  •  ব্ৰিটেইনে উদ্ভাৱন কৰিলে কোভিড ভেকচিন, অহা সপ্তাহৰ পৰা আৰম্ভ হ’ব টিকাকৰণ...  •  ব্ৰিটেইনে উদ্ভাৱন কৰিলে কোভিড ভেকচিন, অহা সপ্তাহৰ পৰা আৰম্ভ হ’ব টিকাকৰণ...  •  বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ বাসগৃহত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস...

হৃদৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন প্ৰাক্তন ক্ৰিকেটাৰ কপিল দেৱ….

166

ডিজিটেল ডেস্ক : প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ কপিল দেব হৃদৰোগত আক্ৰান্ত হয় । নতুন দিল্লীৰ এখন চিকিৎসালয়ত এঞ্জিওপলাষ্টী অস্ত্ৰোপচাৰ সমপ্ন কৰা হয়।চিকিৎসকে জানিব দিয়া অনুসৰি তেওঁ বৰ্তমান সংকট মুক্ত । বুকুৰ বিষৰ বাবে ২৩ অক্টোবৰ মাজনিশা ১ বজাত ফৰ্টিছ এচকৰ্ট হাৰ্ট ইনষ্টিটিউট জৰুৰীকালীন বিভাগত ভৰ্তী কৰোৱা হয় ।

মাজ নিশা কাৰ্ডিঅ’লজি বিভাগৰ ডাইৰেক্টৰ ড. অতুল মাথুৰে জৰুৰীকালীন ভাবে কৰোনেৰী এঞ্জিওপলাষ্টী সম্পন্ন কৰে । বৰ্তমানে, তেওঁক আই চি ইউত ভৰ্তি কৰা হৈছে আৰু ড০ অতুল মাথুৰ আৰু তেওঁৰ দলৰ ঘনিষ্ঠ তত্ত্বাৱধানত আছে।

ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক জনে ১৯৮৩ চনত ভাৰতক প্ৰথম বিশ্বকাপ বিজয়ৰ সোৱাদ দিছিল । চলিত ইণ্ডিয়ান প্ৰিমিৰ লীগত ধাৰাভাষ্যকাৰ ৰূপত কপিল দেব যথেষ্ট সক্ৰিয় হৈ আছিল।পূৰ্বৰ ভাৰতীয় অধিনায়কেও ডায়বেটিচ ৰোগতো আক্ৰান্ত হৈ আছিল।কিন্তু কপিল দেবৰ দ্ৰুত আৰোগ্য কামনা কৰিছে বিভিন্ন জনে ।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি