প্ৰাক্তন অসামৰিক বিমান পৰিবহণ মন্ত্ৰী প্ৰফুল্ল পেটেলক ইডিৰ ৮ ঘন্টা জেৰা…

প্ৰাক্তন অসামৰিক বিমান পৰিবহণ মন্ত্ৰী প্ৰফুল্ল পেটেলক ইডিৰ ৮ ঘন্টা জেৰা…
  • প্ৰাক্তন অসামৰিক বিমান পৰিবহণ মন্ত্ৰী প্ৰফুল্ল পেটেলক এয়াৰলাইন চিট শ্বেয়াৰিং কেলেকাংৰী সন্দৰ্ভত সোধপোছ।
  • ইডিৰ কাৰ্যালয়ত ৮ ঘন্টা ধৰি তদন্তকাৰী বিষয়াই সোধপোছ কৰে প্ৰাক্তন মন্ত্ৰীগৰাকীক।
  • বহু কোটি টকাৰ কেলেংকাৰী সন্দৰ্ভত সাক্ষ্য লয় তদন্তকাৰী বিষয়াই প্ৰাক্তন মন্ত্ৰীগৰাকীৰ পৰা।
  • মঙলবাৰে পুনৰ তেওঁ হাজিৰ হ'ব লাগিব ইডিৰ কাৰ্যালয়ত।
  • ড০ মনমোহন সিঙৰ কাৰ্যকালত অসামৰিক বিমান পৰিবহণ মন্ত্ৰী আছিল প্ৰফুল্ল পেটেল।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in