শেহতীয়া খবৰ
ৰাজ্যত আকৌ ২০৪জন কোভিড পজিটিভ, সুস্থ হৈছে ২৯৬১জন...  •  ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে ইছলামফোবিয়া বৃদ্ধিৰ অভিযোগ পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ...  •  ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দুৰ্গাপূজাস্থলীত উপস্থিত হৈ মাৰ আৰ্শীবাদ ল'লে মুখ্যমন্ত্রী সৰ্বানন্দ সোনোৱালে...  •  চীন আৰু পাকিস্তানৰ সৈতে যুদ্ধৰ দিন থিক কৰিছে প্ৰধানমন্ত্ৰীয়েঃ বিজেপিৰ অধ্যক্ষ, উত্তৰ প্ৰদেশ...  •  চিকিৎসকৰ দৰমহা আৰু কোৰোনা ভাইৰাছ সম্পৰ্কীয় বিষয়ত মন্তব্য কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীৰ...  •  কোভিড-১৯ঃ ৰাজ্যত আকৌ ৪জনৰ মৃত্যু...  •  ৰাসতো পৰিব কোৰোনাৰ প্ৰভাৱ...  •  দীৰ্ঘদিনৰ অসুস্থতাৰ পাছত ঘৰলৈ উভতিল তৰুণ গগৈ...  •  দীৰ্ঘদিনৰ অসুস্থতাৰ পাছত ঘৰলৈ উভতিল তৰুণ গগৈ...  •  চেমচাঙৰ চেয়াৰমেন লী-কুন-হিৰ মৃত্যু...

সুস্থ হৈ উঠিছে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত,কি ক’লে ভিডিওৰ জৰিয়তে…

287

ডিজিটেল ডেস্ক : প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই কিছু পৰিমানে আৰোগ্য হৈ হৈ সামজিক মাধ্যম যোগে অসম বাসীক ধন্যবাদ জ্ঞাপন কৰে । সম্পূৰ্ন ৰূপে আৰোগ্য হৈ আহিব লগীয়া দিনত ৰাইজৰ কাম কৰি যাব বুলি কয় মহন্তই ।

মহন্তই সামাজিক মাধ্যমৰ জৰিয়তে কয় – ”হঠাৎ শাৰীৰিক অসুস্থতাৰ কাৰণে প্ৰথম জিএনআৰচিত ভৰ্তী হব লগীয়া হৈছিল তাৰ পিছত ডাউন টাউন হস্পাতালত ভৰ্তী হব লগীয়া হ’ল । তেখেত সকলে আইচিইউত চিকিৎসা কৰাৰ অন্তত কিছু আৰোগ্য লাভ কৰো আজি তেওঁলোকে কোঠালৈ ,স্থানান্তৰ কৰিছে । মোৰ অসুস্থ সময়চোৱাত যি সকলে শুভেচ্ছাৰে আৰোগ্য কামনা কৰিছিল তেখেত সকললৈ আন্তৰিক ধন্যবাদ জনাইছো ।”

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি