সুস্থ হৈ উঠিছে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত,কি ক’লে ভিডিওৰ জৰিয়তে…

সুস্থ হৈ উঠিছে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত,কি ক’লে ভিডিওৰ জৰিয়তে…

ডিজিটেল ডেস্ক : প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই কিছু পৰিমানে আৰোগ্য হৈ হৈ সামজিক মাধ্যম যোগে অসম বাসীক ধন্যবাদ জ্ঞাপন কৰে । সম্পূৰ্ন ৰূপে আৰোগ্য হৈ আহিব লগীয়া দিনত ৰাইজৰ কাম কৰি যাব বুলি কয় মহন্তই ।

মহন্তই সামাজিক মাধ্যমৰ জৰিয়তে কয় – "হঠাৎ শাৰীৰিক অসুস্থতাৰ কাৰণে প্ৰথম জিএনআৰচিত ভৰ্তী হব লগীয়া হৈছিল তাৰ পিছত ডাউন টাউন হস্পাতালত ভৰ্তী হব লগীয়া হ'ল । তেখেত সকলে আইচিইউত চিকিৎসা কৰাৰ অন্তত কিছু আৰোগ্য লাভ কৰো আজি তেওঁলোকে কোঠালৈ ,স্থানান্তৰ কৰিছে । মোৰ অসুস্থ সময়চোৱাত যি সকলে শুভেচ্ছাৰে আৰোগ্য কামনা কৰিছিল তেখেত সকললৈ আন্তৰিক ধন্যবাদ জনাইছো ।"

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in