প্ৰাক্তন মুখ্যমন্ত্ৰী কেশৱ গগৈৰ পত্নী শান্তি গগৈ আৰু নাই…

প্ৰাক্তন মুখ্যমন্ত্ৰী কেশৱ গগৈৰ পত্নী শান্তি গগৈ আৰু নাই…
  • প্ৰাক্তন মুখ্যমন্ত্ৰী কেশৱ গগৈৰ পত্নী শান্তি গগৈ আৰু নাই ।
  • শেষ নিশ্বাস ত্যাগ কৰিলে শান্তি গগৈয়ে ।
  • প্ৰাক্তন মুখ্য ন্যায়ধীশ ৰঞ্জন গগৈৰ মাতৃ আছিল শান্তি গগৈ ।
  • শুকুৰবাৰৰ পুৱা দিল্লীৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয় শান্তি গগৈৰ ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in