মটৰ চাইকেলৰ পৰা পৰিল শ্বেন ৱাৰ্ণ…

মটৰ চাইকেলৰ পৰা পৰিল শ্বেন ৱাৰ্ণ…

ডিজিটেল ডেস্কঃ পথ দুৰ্ঘটনাত পতিত হল বিশ্বৰে এগৰাকী বৰণ্য ক্ৰিকেটাৰ শ্বেন ৱাৰ্ণ। এখন মটৰ চাইকেলত পুত্ৰ জেকচনৰ সৈতে গৈ থকাৰ সময়ত চিডনীত এই দুৰ্ঘটনা সংঘটিত হয়। শ্বেন ৱাৰ্ণেই এই বাইকখন চলাই গৈছিল। এই দুৰ্ঘটনাত অষ্ট্ৰেলিয়াৰ প্ৰাক্তন স্পীনাৰগৰাকী আহত হৈছে।

অৱশ্যে এই আঘাত গুৰুত্বপূৰ্ণ নহয়। ৫২ বছৰীয়া ৱাৰ্ণ চিকিৎসালয়লৈ যাবলগীয়া হৈছিল দুৰ্ঘটনাৰ পিছত। আশংকা কৰিছিল তেওঁৰ ভৰিৰ হাড় ভগা। কিন্তু তেনে দুঃখবৰ নাহিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in