‘কা’ আন্দোলনত আলফাত যোগদিয়া প্ৰাক্তন আছু নেতা বিজু গগৈক মৃত্যুদণ্ড আলফাৰ…

‘কা’ আন্দোলনত আলফাত যোগদিয়া প্ৰাক্তন আছু নেতা বিজু গগৈক মৃত্যুদণ্ড আলফাৰ…
  • আলফা(স্বাঃ)ৰ শিবিৰত আৰু এজনক মৃত্যুদণ্ড।
  • বিজু গগৈ ওৰফে ভাগ্য অসমক মৃত্যুদণ্ড আলফাৰ।
  • আটকাধীন আলফা সদস্য অপু অসমৰ বিস্ফোৰক স্বীকাৰোক্তি।
  • 'কা' আন্দোলনৰ সময়ত আলফাত যোগদান কৰিছিল বিজু গগৈয়ে।
  • পেঙেৰীৰ আছু নেতা আছিল বিজু গগৈ।
  • বিজু গগৈক হত্যাৰ কথা আৰক্ষীৰ জেৰাত স্বীকাৰ অপু অসমৰ।
  • চলিত বৰ্ষৰ জানুৱাৰীতে মৃত্যুদণ্ড দিয়া হৈছিল বিজু গগৈক।
  • মাত্ৰ কিছুদিন পূৰ্বে আলফাই অসম আৰক্ষীৰহৈ চোৰাংচোৱা কৰাৰ অপৰাধাত দুজনক দিছিল মৃত্যুদণ্ড।
  • এই ঘটনাই সমগ্ৰ ৰাজ্যজুৰি সৃষ্টি কৰিছিল চাঞ্চল্য।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in