প্ৰাক্তন বিধায়কৰ বিজেপি গমন…

  • আম আদমী পাৰ্টিৰ নেতা কপিল মিশ্ৰাই যোগদান কৰিলে বিজেপিত।
  • আম আদমী পাৰ্টিৰ প্ৰাক্তন বিধায়ক গৰাকীয়ে দিল্লীৰ বিজেপি কাৰ্যালয়ত কৰিলে যোগদান।
  • যোগদান কাৰ্যসূচীট উপস্থিত বিজেপি নেতা মনোজ তিৱাৰী আৰু বিজয় গোৱেল।
  • কিছুুদিনৰে পৰা কপিল মিশ্ৰাৰ বিজেপি গমনৰ বিষয়ে চলি আছিল চৰ্চা।
  • ১৬ আগষ্টত টুইটাৰযোগে মিশ্ৰাই ৰাজহুৱা কৰিছিল বিজেপিত যোগদানৰ কথা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in