৩০ জনীয়া সদস্যৰে অন্তৱৰ্তীকালীন কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদ গঠন…

৩০ জনীয়া সদস্যৰে অন্তৱৰ্তীকালীন কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদ গঠন…
  • ৩০ জনীয়া সদস্যৰে অন্তৱৰ্তীকালীন কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদ গঠন কৰা হয় ।
  • হিতেশ্বৰ বৰ্মনক কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদ অধ্যক্ষ হিচাপে নিযুক্তি ।
  • সুখেন ৰয়ক কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদ উপাধ্যক্ষ হিচাপে নিয়ুক্তি ।
  • গোকুল বৰ্মনক কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদ মুখ্য কাৰ্যবাহী সদস্য হিচেপে নিযুক্তি ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in