২৫ ফেব্ৰুৱাৰীত কলাক্ষেত্ৰত দুৰ্ধৰ্ষ সংবিজিতৰ অস্ত্ৰ সম্বৰণ…

২৫ ফেব্ৰুৱাৰীত কলাক্ষেত্ৰত দুৰ্ধৰ্ষ সংবিজিতৰ অস্ত্ৰ সম্বৰণ…
  • দুৰ্ধৰ্ষ সংবিজিতৰ অস্ত্ৰ সম্বৰণ।
  • অহা ২৫ ফেব্ৰুৱাৰীত সম্পন্ন হব যুদ্ধবিৰতি চুক্তি স্বাক্ষৰ।
  • শংকৰদেৱ কলাক্ষেত্ৰত সম্পন্ন হব এই আনুষ্ঠানিকতা।
  • দিনৰ ২.৩০বজাত অনুষ্ঠিত হব এই অনুষ্ঠান।
  • উল্লেখ্য যে, সশস্ত্ৰ সংগঠন পি ডি চি কেৰ নেতা সংবিজিত ইংতি কাথাৰ।
  • ইয়াৰ পূৰ্বে এন ডি এফ বিৰ নেতা আছিল তেওঁ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in