এসপ্তাহে পানীৰ মাজত কেইবাখনো গাওঁ: আবদ্ধ পানী ওলাই যাবলৈ মথাউৰী কাটিলে বান পীড়িতই…

এসপ্তাহে পানীৰ মাজত কেইবাখনো গাওঁ: আবদ্ধ পানী ওলাই যাবলৈ মথাউৰী কাটিলে বান পীড়িতই…
  • দৰঙৰ শাকতোলা মথাউৰীত উত্তপ্ত পৰিস্থিতি।
  • থেকেৰাবাৰীৰ ভোকেলিমৰাত মথাউৰী কাটিলে বৰ্ন্যাতই।
  • শাকতোলা নৈৰ বানত এসপ্তাহে বুৰি আছে বৰথেকেৰাবাৰী আৰু ৰঙামাটি অঞ্চলৰ বহুকেইখন গাওঁ।
  • বন্ধ পানী ওলায় যোৱাৰ বাবেই ৰাইজে কাটিলে মথাউৰী।
  • ঘটনাক কেন্দ্ৰ কৰি আৰক্ষী, প্ৰশাসনৰে ৰাইজৰ সংঘাত।
  • ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি।
  • ৰাইজে সাংবাদিককো প্ৰৱেশ কৰিব দিয়া নাই অঞ্চলটোত।
  • শ শ লোকে উত্তপ্ত কৰি ৰাখিছে সমগ্ৰ অঞ্চলটো।
  • শ্লুইচ গেট সৰু হোৱাৰ বাবেই পানী ওলাই যাব নোৱাৰি এসপ্তাহে জলমগ্ন হৈ আছে মঙলদৈৰ প্ৰায় দহ খনকৈ গাওঁ ৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in