শেহতীয়া খবৰ
মাৰ্ঘেৰিটাস্থিত জিইএল চাৰ্চত উত্তপ্ত পৰিস্থিতি  •  নসত্ৰত এহেজাৰ গছপুলি ৰোপণ কৰি প্লাষ্টিক বৰ্জনৰ আহ্বান ভাৰতীয় ষ্টেট বেংকৰ  •  অসম সাহিত্য সভাৰ ৭৫সংখ্যক শুৱালকুছি অধিবেশনত বৃন্দাবনী বস্ত্ৰ প্ৰদৰ্শন কৰিবলৈ আহ্বান মৃণালিনী দেৱীৰ  •  বৰ্ণিল সাংস্কৃতিক অনুষ্ঠানেৰে সামৰণি পৰিল বিধায়ক কাপ ক্ৰীড়া মহোৎসৱ-২০১৯, ঢকুৱাখনাৰ ক্ৰীড়া প্ৰতিভাক উজ্জীৱিত কৰাৰ প্ৰয়াস...  •  বৰ্ণিল সাংস্কৃতিক অনুষ্ঠানেৰে সামৰণি পৰিল বিধায়ক কাপ ক্ৰীড়া মহোৎসৱ-২০১৯, ঢকুৱাখনাৰ ক্ৰীড়া প্ৰতিভাক উজ্জীৱিত কৰাৰ প্ৰয়াস...  •  টংলা আঞ্চলিক ছাত্ৰ সন্থাৰ অভিনন্দন অনুষ্ঠান, বৃত্তিগতভাৱে সফল ব্যক্তি হোৱাৰ পূৰ্বে ভাল মানুহ হোৱাৰ আহ্বান...  •  নগাঁৱৰ টেঙাপানী বনভোজস্থলীত ভয়ংকৰ পৰিৱেশ, পানীৰ মাজত আবদ্ধ বিলাসী বাহন, VIDEO  •  হাউডী মোডী অনুষ্ঠানত উপস্থিত মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প...  •  চৌদী আৰৱৰ ৰাজকুমাৰৰ বিমানেৰে নিউয়ৰ্কত উপস্থিত পাক প্ৰধানমন্ত্ৰী ইমৰান খান...  •  হাউডী মোডীঃ হিউষ্টনৰ এন আৰ জি ষ্টেডিয়ামত উপস্থিত প্রধানমন্ত্ৰী মোডী... চাওঁক VIDEO

মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ নলবাৰী মেটাৰনিটী হাস্পতালৰ লক্ষাধিক টকা…

92

ডিজিটেল সংবাদ, নলবাৰীঃ নলবাৰীৰ অগ্ৰণী চিকিৎসা প্ৰতিষ্ঠান নলবাৰী প্ৰসূতি চিকিৎসালয়,সাৰথি হাস্পতাল আৰু নলবাৰী প্ৰসূতি চিকিৎসালয়ৰ জি এন এম প্ৰশিক্ষণ বিদ্যালয়ে আজি মুখ্য মন্ত্ৰীৰ বান সাহায্য পুঁজিলৈ ১,০৬,৭০১ টকা আগবঢ়ায়।

নলবাৰী জিলাৰ উপায়ুক্তৰ জৰিয়তে এই ধন আগবঢ়োৱা হয়। ডাঃ তপন ডেকাৰ নেতৃত্বত ডাঃ গোপাল কলিতা,ডাঃ ৰূপজ্যোতি কলিতা,ডাঃ স্বৰূপ শৰ্মা বশিষ্ঠ, ডাঃ ৰাজুমণি শৰ্মা, ডাঃ জয়ন্ত দাস,স্বপ্না গগৈ আৰু লীজা অংকিতা তহবিলদাৰে উপায়ুক্ত ভাৰতভূষণ দেৱচৌধুৰীৰ হাতত সাহায্যৰ ধনৰ চেক প্ৰদান কৰে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি