গাজিয়াবাদত নৰ্দমা চাফা কৰিবলৈ গৈ ৫ চাফাই কৰ্মীৰ মৃত্যু

গাজিয়াবাদত নৰ্দমা চাফা কৰিবলৈ গৈ ৫ চাফাই কৰ্মীৰ মৃত্যু
  • উত্তৰ প্ৰদেশৰ গাজিয়াবাদত এটা নৰ্দমা চাফা কৰিবলৈ গৈ ৫ জনৰ মৃত্যু।
  • গাজিয়াবাদৰ নন্দগ্ৰাম এলেকাত সংঘটিত হয় এই অঘটন।
  • পুৱা লেতেৰা নৰ্দমাটো চাফা কৰিবলৈ গৈছিল ৬ জন চাফাই কৰ্মীয়ে।
  • নৰ্দমাত নমাৰ পিছত শ্বাসৰুদ্ধ হৈ পৰে আটাইকেইজন কৰ্মীৰ।
  • লগে লগে স্থানীয় চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও ৫ জনক মৃত ঘোষণা কৰে চিকিৎসকে।
  • এজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in