শেহতীয়া খবৰ
ডিমাপুৰত দুই বিদ্ৰোহী গোটৰ মাজত প্ৰচণ্ড গুলীয়াগুলি, আহত এজন শীৰ্ষনেতা  •  ২ ঘন্টাৰ ভিতৰত হাজিৰ হোৱাৰ নিৰ্দেশ দি চিদাম্বৰমৰ বাসভৱনৰ সন্মুখত নটিছ চিবিআইৰ  •  গুৱাহাটীত হাস্পতালৰ আই চি ইউৰ ভিতৰত অনাধিকাৰ প্ৰৱেশৰ অপৰাধত আটক হ'ল ৩ সাংবাদিক  •  গুৱাহাটীত হাস্পতালৰ আই চি ইউৰ ভিতৰত অনাধিকাৰ প্ৰৱেশৰ অপৰাধত আটক হ'ল ৩ সাংবাদিক  •  ভাৰতীয় ক্ৰিকেটাৰক হত্যাৰ ভাবুকি অসমৰ যুৱকৰ!  •  ভাৰতীয় ক্ৰিকেটাৰক হত্যাৰ ভাবুকি অসমৰ যুৱকৰ!  •  ৰহাৰ খলিহামাৰীত জ্বলা-কলা খোৱাইছে পথৰ দুৰৱস্থাই, VIDEO  •  ক্ষিৰোদ বৰুৱা আন্তঃজিলা ফুটবল, উদ্বোধনী খেলত শদিয়াৰ জয়লাভ  •  ক্ষিৰোদ বৰুৱা আন্তঃজিলা ফুটবল, উদ্বোধনী খেলত শদিয়াৰ জয়লাভ  •  নাৰায়ণপুৰৰ জনাঞ্চলত বাঘ উদ্ধাৰ…

বেংকত ভিতৰত দুৰ্বৃত্তৰ গুলীচালনা, নিহত ৫

385

ডিজিটেল ডেস্কঃ দক্ষিণ আমেৰিকাৰ ফ্লৰিডাত বৃহস্পতিবাৰে সংঘটিত হয় এক গুলীচালনাৰ ঘটনা। পুৱাই এটা বেংকত এজন দুৰ্বৃত্তৰ প্ৰৱেশ কৰি গুলীচালনা কৰাৰ ফলত থিতাতে নিহত হয় ৫ জন লোক। ঘটনা সংঘটিত কৰিয়ে দুৰ্বৃত্তজন পলায়ন কৰে যদিও বেংকটোৰ চি চি টিভিত বন্দী হোৱা দৃশ্যৰ ভিত্তিত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি