কোৰোনা ভাইৰাছ পৰীক্ষাৰ বাবে উত্তৰ প্ৰদেশত স্থাপন কৰা হৈছে ৫টা নতুন পৰীক্ষাগাৰ…

কোৰোনা ভাইৰাছ পৰীক্ষাৰ বাবে উত্তৰ প্ৰদেশত স্থাপন কৰা হৈছে ৫টা নতুন পৰীক্ষাগাৰ…
  • কোৰোনা ভাইৰাছ পৰীক্ষাৰ বাবে উত্তৰ প্ৰদেশত নতুনকৈ স্থাপন কৰা হৈছে ৫ টাকৈ পৰীক্ষাৰ।
  • শনিবাৰে এই কথা জনালে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে।
  • কেন্দ্ৰীয় চৰকাৰৰ সাহায্যক্ৰমে ৰাজ্য চৰকাৰে এই পৰীক্ষাগাৰ সমূহ নিৰ্মাণ কৰা বুলি জনায় মুখ্যমন্ত্ৰীয়ে।
  • ইয়াৰে লক্ষ্ণৌত ২টা আৰু আলীগড়, বাৰানসী আৰু গোৰখপুৰত এটাকৈ পৰীক্ষাগাৰ নিৰ্মাণ কৰা হৈছে।
  • উল্লেখ্য যে, উত্তৰ প্ৰদেশত কোৰোনা ভাইৰাছত শনিবাৰ পৰ্যন্ত ১৩ জন লোক আক্ৰান্ত হৈছে।
  • আনহাতে গোটেই ভাৰতৰ ১৩ ৰাজ্যৰ মুঠ ৮৫ জন লোক আক্ৰান্ত হৈছে এই ভাইৰাছত।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in