৫ দিনৰ অন্তত ৰত্নাকৰৰ উপাৰ্জন ২.৩৪ কোটি…

৫ দিনৰ অন্তত ৰত্নাকৰৰ উপাৰ্জন ২.৩৪ কোটি…
  • ছুপাৰহীট যতীন বৰাৰ ৰত্নাকৰ।
  • পঞ্চমটো দিনত ৰত্নাকৰে উপাৰ্জন কৰিছে ৪৫ লাখ টকা।
  • ৫ দিনৰ অন্তত মুঠ উপাৰ্জন হৈছেগৈ ২.৩৪ কোটি।
  • বিভিন্ন ছবিগৃহত দৰ্শকৰ ভিৰ।
  • ছবিখনক লৈ দৰ্শকে জনোৱা সঁহাৰিৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছে ছবিকনৰ কলা-কুশলীয়ে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in