শেহতীয়া খবৰ
ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে ইছলামফোবিয়া বৃদ্ধিৰ অভিযোগ পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ...  •  ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দুৰ্গাপূজাস্থলীত উপস্থিত হৈ মাৰ আৰ্শীবাদ ল'লে মুখ্যমন্ত্রী সৰ্বানন্দ সোনোৱালে...  •  চীন আৰু পাকিস্তানৰ সৈতে যুদ্ধৰ দিন থিক কৰিছে প্ৰধানমন্ত্ৰীয়েঃ বিজেপিৰ অধ্যক্ষ, উত্তৰ প্ৰদেশ...  •  চিকিৎসকৰ দৰমহা আৰু কোৰোনা ভাইৰাছ সম্পৰ্কীয় বিষয়ত মন্তব্য কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীৰ...  •  কোভিড-১৯ঃ ৰাজ্যত আকৌ ৪জনৰ মৃত্যু...  •  ৰাসতো পৰিব কোৰোনাৰ প্ৰভাৱ...  •  দীৰ্ঘদিনৰ অসুস্থতাৰ পাছত ঘৰলৈ উভতিল তৰুণ গগৈ...  •  দীৰ্ঘদিনৰ অসুস্থতাৰ পাছত ঘৰলৈ উভতিল তৰুণ গগৈ...  •  চেমচাঙৰ চেয়াৰমেন লী-কুন-হিৰ মৃত্যু...  •  “আপোনাৰ পৰা একো আশা নকৰো..” অনুচ্ছেদ ৩৭০ক লৈ ওমৰ আব্দুল্লাৰ প্ৰতুত্যৰ ৰবি শংকৰ প্রসাদক …

ফিট ইণ্ডিয়াৰ এবছৰ উপলক্ষে ফিটনেছ বিশেষজ্ঞৰ সৈতে আলোচনা কৰিব মোডীয়ে…

125

ডিজিটেল ডেস্ক : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আৰম্ভ কৰা ফিট ইণ্ডিয়া মুভমেণ্টৰ এবছৰ উপলক্ষে বৃহস্পতি বাৰে প্ৰধান মন্ত্ৰী গৰাকীয়ে দেশৰ ফিটনেছ বিশেষজ্ঞৰ লগত আলোচনাত মিলিত হব ।মঙলবাৰে প্ৰকাশ কৰা এক চৰকাৰী বিবৃতি অনুসৰি প্ৰধানমন্ত্ৰী গৰাকীয়ে স্বাস্থ্য আৰু জীৱন শৈলী সম্পৰ্কে আলোচনা কৰাৰ লগতে স্বাস্থ্যৰ বাবে এক সময়সূচীৰ প্ৰয়োজন সম্পৰ্কে আলোচনা কৰিব ।

ভিডিঅ’ কনফাৰেণ্সৰ জৰিয়তে এই আলোচনা কৰিব প্ৰধান মন্ত্ৰী গৰাকীয়ে । ক্ৰিকেটাৰ বিৰাট কোহলী, মডেল তথা অভিনেতা মিলিন্দ সোমন,পুষ্টি বিশেষজ্ঞ ৰুজুতা দিভেকাৰ এই অনুষ্ঠানত অংশ ল’ব ।প্ৰধানমন্ত্ৰী উদ্যোগত আৰম্ভ হোৱা ফিট ইণ্ডিয়া অনুষ্ঠানে ফিট ৰাষ্ট্ৰ ৰূপে গঢ়ি তোলাৰ বাবে দেশৰ জনসাধাৰণক যুক্ত কৰাত সহায় হ’ব ।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি