শেহতীয়া খবৰ
লোকসভা নিৰ্বাচন কোন সমষ্টিৰ পৰা খেলিব মোহময়ী অভিনেত্ৰী উৰ্মিলাই...  •  তেজপুৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী পল্লৱ লোচন দাসে দাখিল কৰিলে মনোনয়ন  •  প্ৰতিষ্ঠাপক অধ্যক্ষ নৰেশ গোৱেলে এৰিব জেট এয়াৰৱেইজ...  •  মনোনয়ন পত্ৰ দাখিল মঙ্গলদৈ লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়াৰ  •  এক নম্বৰী বিজেপিৰ স্থান নাই বিজেপিতঃ তৰুণ গগৈ  •  মঙলদৈ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ভূৱনেশ্বৰ কলিতাৰ মনোনয়ন দাখিল  •  লখিমপুৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী প্ৰদান বৰুৱাই দাখিল কৰিলে মনোনয়ন  •  মুখ্যমন্ত্ৰীক লগত লৈ যোৰহাটত মনোনয়ন তপন গগৈৰ  •  যোৰহাটৰ উপায়ুক্তৰ কাৰ্যালয়ত মুখ্যমন্ত্ৰীৰ আগমনৰ পূৰ্বে মন্টু দত্তৰ অৰ্ধ উলংগ প্ৰতিবাদ...  •  আদালতৰ ক্লিন শ্বীটৰ পাছতেই মনোনয়ন পত্ৰ সংগ্ৰহ কৰিলে ৰাজেন গোহাঁয়ে...

২১ কোটি টকাত বিক্ৰী এটা মাছ…

5,429

ডিজিটেল ডেস্কঃ মাজৰ বজাৰলৈ গৈ সাধাৰণতে মাছৰ দাম সুধিয়ে কিছু লোক ঘৰলৈ উভতে। কিয়নো আজিৰ দিনত এটা ভাল মাছ হাজাৰ টকা নহ’লে কিনিব নোৱাৰি। কিন্তু আপুনি ভাৱিব পাৰেনে যে এটা মাছ ২১ কোটি টকা দি কোনোবাই ক্ৰয় কৰিব। কিন্তু এনে এক ঘটনাই ঘটিল জাপানত।

জাপানৰ এটা দুষ্প্ৰাপ্ৰ্য মাছ শেহতীয়াকৈ বিক্ৰী হ’ল ৩১ লাখ ডলাৰত অৰ্থাৎ প্ৰায় ২১ কোটি ৫৫ লাখ ২৭ হাজাৰ পাঁচশ টকা। এই মাছটোৰ নাম জাইট টুনা। জাপানৰ এটা প্ৰতিষ্ঠিত খাদ্য নিৰ্মাতা প্ৰতিষ্ঠান চুখী টাইকুনে ক্ৰয় কৰিছে এই দুষ্প্ৰাপ্ৰ্য মাছটো।

এই খাদ্য প্ৰতিষ্ঠানটোৰ সমগ্ৰ বিশ্বজুৰি আছে খাদ্য এখন বৃহৎ বজাৰ। ইয়াৰ পূৰ্বতেও এই প্ৰতিষ্ঠানটোৱে বিভিন্ন সাগৰীয় মাছ বহু টকাৰ বিনিময়ত ক্ৰয় কৰাৰ অভিলেখ আছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি