কাজিৰঙাৰ এনিমেল কৰিড’ৰ পানবাৰীত গাড়ীৰ খুন্দাত চলিত বৰ্ষৰ প্ৰথমটো পহুৰ মৃত্যু…

কাজিৰঙাৰ এনিমেল কৰিড’ৰ পানবাৰীত গাড়ীৰ খুন্দাত চলিত বৰ্ষৰ প্ৰথমটো পহুৰ মৃত্যু…
  • কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এটা অতি গুৰুত্বপুৰ্ণ এনিমেল কৰিডৰ পানবাৰীত গাড়ীৰ খুন্দাত এটা পহুৰ মৃত্যু হয়৷
  • উত্তৰ দিশে থকা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা পানবাৰী সংৰক্ষিত বনাঞ্চললৈ অহা এই পহুটোক ৩৭ নং ৰাষ্ট্ৰীয় পথ অতিক্ৰম কৰোতেই গাড়ীয়ে খুন্দা মৰাৰ ফলত পহুটোৰ ঘটনাস্থলীতে মৃত্যু হয়।
  • মৃত পহুটোক মৰণোত্তৰ পৰীক্ষাৰ বাবে সমীপতে থকা কাজিৰঙাৰ বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰলৈ লৈ যোৱা হয়৷
  • বাৰিষাৰ আৰম্ভণিতেই সোমবাৰে কাজিৰঙাৰ এনিমেল কৰিডৰৰ ৰাষ্ট্ৰীয় পথত সংঘটিত এই ঘটনাত চলিত বৰ্ষৰ প্ৰথমটো পহুৰ মৃত্যু হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in