ভাৰত-ৱেষ্টইণ্ডিজৰ প্ৰথমখন টি-২০, টছত জিকি বলিঙৰ সিদ্ধান্ত ভাৰতৰ

ভাৰত-ৱেষ্টইণ্ডিজৰ প্ৰথমখন টি-২০, টছত জিকি বলিঙৰ সিদ্ধান্ত ভাৰতৰ
  • কলকাতাৰ ইডেন গাৰ্ডেনত ভাৰত-ৱেষ্টইণ্ডিজৰ মাজৰ প্ৰথমখন টি-২০।
  • টছত জিকি প্রথমে ফিল্ডিঙৰ সিদ্ধান্ত ভাৰতীয় দলটোৰ।
  • আজি বিৰাট কোহলীৰ অনুপস্থিতিত ভাৰতীয় দলটোৰ নেতৃত্ব দিব ৰোহিত শৰ্মাই।
  • খেলা নাই মহেন্দ্ৰ সিং ধোনীয়েও।
  • ঋষভ পন্টে সুযোগ পাইছে আজিৰ খেলত।
  • এদিনীয়া শৃংখলাত ৩-১ৰ জয় লাভ কৰিছিল ভাৰতীয় দলটোৱে।
  • সুন্দৰ ফৰ্মত আছে ৰোহিত শৰ্মা, অম্বতি ৰাইডু।
  • বলিঙতো ভাল প্ৰদৰ্শন দেখুৱাইছিল ৰবীন্দ্ৰ জাডেজা, যশপ্ৰীত বুমৰাহে।
  • কেৰিবিয়ান বাহিনীৰ বিৰুদ্ধে টি-২০ শৃংখলাটো বিজয়ৰ আশা কৰিছে ভাৰতীয় দলটোৱে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in