শেহতীয়া খবৰ
শ্ৰীশ্ৰী শঙ্কৰদেৱ মহাবিদ্যালয়ত অনুষ্ঠিত হ'ব ৰূপালী জয়ন্তী সমাৰোহ  •  কংগ্ৰেছী বাহিনীৰ হাতত প্ৰহৃত প্ৰাক্তন সৈনিক, বিজেপিৰ প্ৰশ্ন- সাধাৰণ মানুহৰ সুৰক্ষা ক’ত  •  এইবাৰ প্ৰৱাসী ভাৰতীয়ৰ বাবে মোডীৰ তীৰ্থ যাত্ৰা যোজনা  •  সাম্প্ৰদায়িক মন্তব্য দিয়াৰ অভিযোগত হিমন্তৰ বিৰুদ্ধে এজাহাৰ  •  নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত পুৰণিগুদামত জোঁৰ সমদল  •  জম্মু-কাশ্মীৰত সেনা-আৰক্ষীৰে সংঘৰ্ষত নিহত অসমৰ যুৱক  •  নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে মত ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰাজনৈতিক নেতাৰ  •  নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে মত ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰাজনৈতিক নেতাৰ  •  ডিমা হাছাও স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ ফলাফল… UPDATES  •  পদূলিত গামোচা আঁৰি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ ১০ খন গাঁৱৰ

ভাৰত-ৱেষ্টইণ্ডিজৰ প্ৰথমখন টি-২০, টছত জিকি বলিঙৰ সিদ্ধান্ত ভাৰতৰ

86
  • কলকাতাৰ ইডেন গাৰ্ডেনত ভাৰত-ৱেষ্টইণ্ডিজৰ মাজৰ প্ৰথমখন টি-২০।
  • টছত জিকি প্রথমে ফিল্ডিঙৰ সিদ্ধান্ত ভাৰতীয় দলটোৰ।
  • আজি বিৰাট কোহলীৰ অনুপস্থিতিত ভাৰতীয় দলটোৰ নেতৃত্ব দিব ৰোহিত শৰ্মাই।
  • খেলা নাই মহেন্দ্ৰ সিং ধোনীয়েও।
  • ঋষভ পন্টে সুযোগ পাইছে আজিৰ খেলত।
  • এদিনীয়া শৃংখলাত ৩-১ৰ জয় লাভ কৰিছিল ভাৰতীয় দলটোৱে।
  • সুন্দৰ ফৰ্মত আছে ৰোহিত শৰ্মা, অম্বতি ৰাইডু।
  • বলিঙতো ভাল প্ৰদৰ্শন দেখুৱাইছিল ৰবীন্দ্ৰ জাডেজা, যশপ্ৰীত বুমৰাহে।
  • কেৰিবিয়ান বাহিনীৰ বিৰুদ্ধে টি-২০ শৃংখলাটো বিজয়ৰ আশা কৰিছে ভাৰতীয় দলটোৱে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি