টি জি বৰুৱা টি-২০ৰ প্ৰথমখন কোৱাৰ্টাৰ ফাইনেল, Live UPDATE

টি জি বৰুৱা টি-২০ৰ প্ৰথমখন কোৱাৰ্টাৰ ফাইনেল, Live UPDATE

পুৱা ১১.৩৭ বজাতঃ

  • ১৪ খেলৰ অন্তত প্ৰতিদিনৰ বিৰুদ্ধে জয়ৰ ৯৮ ৰানৰ লক্ষ্য লৈ ৬৮ ৰানত অষ্টমটো উইকেটৰ পতন আছাম টকছৰ।

পুৱা ১১.৩০ বজাতঃ

  • অসমীয়া প্ৰতিদিনৰ বিৰুদ্ধে জয়ৰ বাবে ৯৮ ৰানৰ লক্ষ্য লৈ ৬ উইকেটৰ বিনিময়ত ১২ অভাৰত আছাম টকছৰ ৫৬ ৰান সংগ্ৰহ।

পুৱা ১১.২৫ বজাতঃ

  • ১০ অভাৰত ৫ উইকেটৰ বিনিময়ত আছাম টকছৰ ৫৩ ৰান সংগ্ৰহ।

পুৱা ১১.১৩ বজাতঃ

  • বিপৰ্যয়ত আছাম টকছ।
  • ৫ টাকৈ উইকেট হেৰুৱাই মাত্ৰ ২৯ ৰান সংগ্ৰহ।
  •  ৮ অভাৰত এই ৰান সংগ্ৰহ কৰে দলটোৱে।

পুৱা ১১.০৫ বজাতঃ

  • আছাম টকছৰ ৬ অভাৰত ২২ ৰান সংগ্ৰহ।
  • জয়ৰ বাবে অসমীয়া প্ৰতিদিনে দিছিল ৯৮ ৰানৰ লক্ষ্য।
  • ৩ উইকেটৰ বিনিময়ত এই ৰান সংগ্ৰহ কৰিছে আছাম টকছে।

পুৱা ১০.৪৫ বজাতঃ

  • ৯৮ ৰানৰ জয়ৰ লক্ষ্য লৈ খেলপথাৰত নামিছে আছাম টকছ।
  • ১ অভাৰত ২ ৰান সংগ্ৰহ আছাম টকছৰ।

পুৱা ১০.৩২ বজাতঃ

  • জয়ৰ বাবে আছাম টকছক ৯৮ ৰানৰ লক্ষ্য অসমীয়া প্ৰতিদিনৰ।
  • ১৮.৩ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই অসমীয়া প্ৰতিদিনে সংগ্ৰহ কৰিলে ৯৭ ৰান।
  • ৰাজৰ্ষি চহৰীয়াৰ ১৩ ৰান সংগ্ৰহ।

পুৱা ১০.২৭ বজাতঃ

  • টি জি বৰুৱা মেম'ৰিয়েল মিডিয়া টি-২০ ক্ৰিকেটৰ প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত আছাম টকছৰ বিৰুদ্ধে অসমীয়া প্ৰতিদিন।
  • ১৭ অভাৰৰ খেল সম্পূৰ্ণ।
  • প্ৰথমে বেট ধৰি ৯ উইকেটৰ বিনিময়ত অসমীয়া প্ৰতিদিনৰ ৯২ ৰান সংগ্ৰহ।

পুৱা ১০.২০ বজাতঃ

  • ১৫ অভাৰৰ খেল সম্পূৰ্ণ।
  • ৭ উইকেটৰ বিনিময়ত ৭৩ ৰান সংগ্ৰহ অসমীয়া প্ৰতিদিনৰ।

পুৱা ৯.৫০ বজাতঃ

  • জজ ফিল্ডত টি জি বৰুৱা মেম'ৰিয়েল মিডিয়া টি-২০।
  • প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত আছাম টকছক বিৰুদ্ধে খেলিছে অসমীয়া প্ৰতিদিনে।
  • প্ৰথমে বেট ধৰিছে অসমীয়া প্ৰতিদিনৰ দলটোৱে।
  • ১০ অভাৰত অসমীয়া প্ৰতিদিনৰ ৪৩ ৰাণ সংগ্ৰহ।
  • ৫৪ উইকেট হেৰুৱাইছে অসমীয়া প্ৰতিদিনে।
  • এই প্ৰতিযোগিতাৰ ২০১৮ সংস্কৰণত চূড়ান্ত বিজয়ী আছিল অসমীয়া প্ৰতিদিন।
  • এতিয়াও চলি আছে খেল।
  • আজিয়ে অনুষ্ঠিত হ'ব দ্বিতীয়খন ছেমি ফাইনেল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in