শেহতীয়া খবৰ
‘কা’, এনআৰচি আৰু এনপিআৰৰ বিৰুদ্ধে দিল্লীত কেইবাটাও ছাত্ৰ সংগঠনৰ প্ৰতিবাদ...  •  অপ্ৰতিদ্বন্দ্বিতাৰে বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষৰূপে নিৰ্বাচিত জে পি নড্ডা...  •  মঙলদৈৰ দুকুৰি দৰিদ্ৰ পৰিয়ালক গৰম কাপোৰ উপহাৰ দি ভোগালীৰ ওলগ 'খাটি দৰঙীয়া ঝিয়া-লিকিৰা’ৰ  •  গোৱালপাৰাত ক’লা পতাকা প্ৰদৰ্শন মন্ত্ৰী অতুল বৰাক, VIDEO  •  সোমবাৰৰ পৰা খৈৰাবাৰীত আৰম্ভ ৫৯সংখ্যক বড়ো সাহিত্য সভা, উখল মাখল দাউহাৰু পথাৰ  •  এলাহাবাদ চহৰৰ নাম প্ৰয়াগৰাজ কৰাক লৈ উত্তৰ প্ৰদেশ চৰকাৰলৈ জাননী জাৰি উচ্চতম ন্যায়ালয়ৰ...  •  ধুবুৰীত ATMৰ পৰা চোৰে লুটি নিলে ৪২ লাখ ৪৭ হাজাৰ টকা...  •  নুমলীগড়ৰ দৈগ্ৰোঙত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ 'কা’ বিৰোধী প্ৰতিবাদ...  •  আমাৰ ওচৰত সংখ্যাগৰিষ্ঠতা থকা বাবেই আমি ভীতি প্ৰদৰ্শনৰ ৰাজনীতি কৰিব নোৱাৰোঃ 'কা’ক লৈ প্ৰতিক্ৰিয়া বিজেপি নেতা চি কে বসুৰ  •  জম্মু-কাশ্মীৰত নিহত ৩ সন্ত্ৰাসবাদী...

ঝাৰখণ্ডৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ সম্পন্ন, ৬২.৮৭ শতাংশ ভোটদান

104
  • ঝাৰখণ্ডৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ সম্পন্ন।
  • মুঠ ৬২.৮৭ শতাংশ ভোটাৰে ভোটদান কৰি শনিবাৰে।
  • ৩০ নৱেম্বৰৰ পৰা আৰম্ভ হৈছে ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ।
  • বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ অন্ত পৰিব ২০ ডিচেম্বৰত।
  • ২৩ ডিচেম্বৰত ঘোষণা কৰা হ’ব নিৰ্বাচনৰ ফলাফল।
  • ৰাজ্যখনৰ ৮১ গৰাকী বিধায়কৰ ভাগ্য বন্দী নিৰ্বাচনত।
  • শনিবাৰে ১৩ টা সমষ্টিৰ বাবে অনুষ্ঠিত হয় প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ।
  • প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত দুই এক ভোট কেন্দ্ৰত বিক্ষিপ্ত ঘটনা সংঘটিত হোৱাৰ বিষয়ে জানিব পৰা গৈছে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি