ঝাৰখণ্ডৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ সম্পন্ন, ৬২.৮৭ শতাংশ ভোটদান

ঝাৰখণ্ডৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ সম্পন্ন, ৬২.৮৭ শতাংশ ভোটদান
  • ঝাৰখণ্ডৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ সম্পন্ন।
  • মুঠ ৬২.৮৭ শতাংশ ভোটাৰে ভোটদান কৰি শনিবাৰে।
  • ৩০ নৱেম্বৰৰ পৰা আৰম্ভ হৈছে ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ।
  • বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ অন্ত পৰিব ২০ ডিচেম্বৰত।
  • ২৩ ডিচেম্বৰত ঘোষণা কৰা হ'ব নিৰ্বাচনৰ ফলাফল।
  • ৰাজ্যখনৰ ৮১ গৰাকী বিধায়কৰ ভাগ্য বন্দী নিৰ্বাচনত।
  • শনিবাৰে ১৩ টা সমষ্টিৰ বাবে অনুষ্ঠিত হয় প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ।
  • প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত দুই এক ভোট কেন্দ্ৰত বিক্ষিপ্ত ঘটনা সংঘটিত হোৱাৰ বিষয়ে জানিব পৰা গৈছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in