শেহতীয়া খবৰ
ইটানগৰত ১২ ঘন্টীয়া বন্ধৰ সময়ত হিংসাত্মক ঘটনা, প্ৰতিবাদকাৰীয়ে ভাঙিলে কেবাখনো বিলাসী বাহনৰ গ্লাছ...  •  কোনে হত্যা কৰিছিল দিল্লীৰ চোৰাংচোৱা বিষয়া অংকিত শৰ্মাক, মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত প্ৰকাশ বিস্ফোৰক তথ্য...  •  যি কাম মহাত্মা গান্ধী, জৱাহৰলাল নেহৰু অথবা মনমোহন সিঙে কৰিব পৰা নাছিল, সেই কাম কৰি দেখুৱাইছে মোডীয়েঃ জেপি নড্ডা  •  দিল্লীত এতিয়া কেনে পৰিস্থিতি...  •  ঐতিহাসিক জিমখানাত অনুষ্ঠিত নহয় গভৰ্নচ কাপ, দুখ প্ৰকাশ ঘোঁৰাৰ গৰাকীৰ, VIDEO  •  গুৱাহাটীত শুকুৰবাৰে পেট্ৰ’ল-ডিজেলৰ মূল্য...  •  গুৱাহাটীত শুকুৰবাৰে পেট্ৰ’ল-ডিজেলৰ মূল্য...  •  হায়দৰাবাদত বাসগৃহৰ দেৱাল খহি প্ৰাণ গ’ল ৩ শিশুৰ  •  সোনাজুৰিৰ লাংখাঙত গাড়ীসহ চোৰাং কাঠ জব্দ  •  সম্পন্ন হ'ল ইণ্ডো-নগা ৰাজনৈতিক আলোচনা, গ্ৰহণ কৰা হয় ৩ আগষ্টত ফ্ৰেমৱৰ্ক এগ্ৰিমেন্টত স্বাক্ষৰ কৰাৰ সিদ্ধান্ত...

চন্দ্ৰযান-২ৰ সফলতা, পৃথিৱীলৈ পঠিয়ালে প্ৰথমখন চন্দ্ৰৰ ফটো…

1,355
  • চন্দ্ৰযান-২ই প্ৰেৰণ কৰিলে প্ৰথমখন চন্দ্ৰৰ ফটো।
  • চন্দ্ৰযান-২ৰ লেণ্ডাৰ বিক্ৰমে তোলে এই ফটোখন।
  • চন্দ্ৰৰ ভূপৃষ্ঠৰ পৰা প্ৰায় ২৬৫০ কিঃমিঃৰ ওপৰৰ পৰা তোলে এইখন ফটো।
  • চন্দ্ৰৰ ফটোখনত দেখিবলৈ পোৱা গৈছে মেৰ অৰিয়েন্টেল বেছিন আৰু এপ’ল’ ক্ৰেটাৰ।
  • ২১ আগষ্টত, ২০১৯ত তোলা হৈছিল এই ফটোখন।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি