কোভিড-১৯ত আক্ৰান্ত হ’ল ত্ৰিপুৰাৰ প্ৰথমগৰাকী ব্যক্তি…

কোভিড-১৯ত আক্ৰান্ত হ’ল ত্ৰিপুৰাৰ প্ৰথমগৰাকী ব্যক্তি…
  • কোভিড-১৯ ৰ পৰা বাচি থকা ত্ৰিপুৰাতো ওলাল ৰোগী।
  • প্ৰথমজন পজিটিভ ৰোগী ধৰা পৰিছে ত্ৰিপুৰাত।
  • কোৰোনাত আক্ৰান্ত এই লোকগৰাকী ত্ৰিপুৰাৰ উদয়পুৰৰ।
  • বৰ্তমান চিকিৎসাধীন হৈ আছে ৰোগীগৰাকী।
  • উল্লেখ্য যে, ভাৰতত কোৰোনাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে ৪৭৬০ লৈ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in