আজিৰে পৰা শ্ৰদ্ধাঞ্জলি কাননত প্ৰথম শিশু গ্ৰন্থ উৎসৱ

আজিৰে পৰা শ্ৰদ্ধাঞ্জলি কাননত প্ৰথম শিশু গ্ৰন্থ উৎসৱ
  • মঙলবাৰৰ পৰা মহানগৰীৰ শ্ৰদ্ধাঞ্জলি কাননত আৰম্ভ হ'ব শিশু গ্ৰন্থ উৎসৱ।
  • ৩ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব প্ৰথম শিশু গ্ৰন্থ উৎসৱ।
  • অসম প্ৰকাশন পৰিষদৰ উদ্যোগত অনুষ্ঠিত হ'ব এই অনুষ্ঠান।
  • পৰিষদৰ উপাধ্যক্ষ সুমন্ত চলিহাৰ পৌৰাহিত্যত অনুষ্ঠিত হ'ব এই উত্‍সৱ।
  • উদ্বোধন কৰিব বিশিষ্ট সাহিত্যিক-সাংবাদিক কনকসেন ডেকাই।
  • অনুষ্ঠানত উপস্থিত থাকিব দীনেশ চন্দ্ৰ গোস্বামী আৰু অনুৰাধা শৰ্মা পূজাৰী।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in