ৰুপহীঘাটত ভয়ংকৰ অগ্নিকাণ্ড, ভস্মীভূত লক্ষাধিক টকাৰ সম্পত্তি…

ৰুপহীঘাটত ভয়ংকৰ অগ্নিকাণ্ড, ভস্মীভূত লক্ষাধিক টকাৰ সম্পত্তি…
  • ৰুপহীঘাটত ভয়ংকৰ অগ্নিকাণ্ড।
  • তামিলীটুপৰ এজনৰ ঘৰত সংঘটিত হয় এই অগ্নিকাণ্ড।
  • ৰন্ধনগেছ লীক হৈ সংঘটিত হয় জুইৰ সুত্ৰপাত।
  • জুইৰ কৱলত পৰি ছাঁই হয় লক্ষাধিক টকাৰ সম্পত্তি।
  • চুলতান আলি নামৰ লোকজনৰ ঘৰৰ পৰা সংঘটিত হয় এই অগ্নিকাণ্ড।
  • পিছত জলন্ত চিলিণ্ডাৰটো জুইত পেলাই ৰক্ষা পৰিল পৰিয়ালটো।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in