তেজপুৰত বিধ্বংসী অগ্নিকাণ্ড, ভস্মীভূত ৬টাকৈ বাসগৃহ

  • তেজপুৰত বিধ্বংসী অগ্নিকাণ্ডত দাউদাউকৈ জ্বলিল ৬টাকৈ বাসগৃহ।
  • তেজপুৰৰ ধনুখানা পাহাৰৰ সমীপত সংঘটিত হয় এই অগ্নিকাণ্ড।
  • অগ্নিকাণ্ডত জাহ যায় বহু লক্ষাধিক টকাৰ সা-সম্পত্তি।
  • ভস্মীভূত হয় বাবু, আলম আনচাৰী, আশিক আনচাৰী, নৰেশ শৰ্মা, লালা চাহা আৰু সীমা চক্ৰৱৰ্তীৰ বাসগৃহ।
  • চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ।
  • পিছত অগ্নিনিৰ্বাপক বাহিনীয়ে নিৰ্বাপন কৰে জুই।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in