Published on:
Updated on:
- এক শোকাৱহ ঘটনাই জোকাৰি গৈছে সমগ্ৰ দেশ।
- এখন স্কুল ভানত সংঘটিত হোৱা অগ্নিকাণ্ডৰ ফলত নিহত হৈছে ৪ টাকৈ শিশু।
- পঞ্জাৱৰ সংঙ্গুৰ জিলাত সংঘটিত হৈছে এই ঘটনা।
- প্ৰাপ্ত খবৰুনৰি, শনিবাৰে দুপৰীয়া ভাগত সংঘটিত হৈছে এই ঘটনা।
- স্কুলৰ পৰা ঘৰলৈ আহি থকাৰ সময়তে হঠাতে ভানখনত সুত্ৰপাত হয় অগ্নিকাণ্ডৰ।
- অতি কম সময়ৰ ভিতৰতে জুঁইয়ে ঘেৰি ধৰে ভানখন।
- অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ নিৰ্বাপন কৰে জুই।
- ভানখনত আছিল ১২ টাকৈ শিশু।
- সকলোৰে বয়স ৪-৫ বছৰৰ ভিতৰত আছিল।
Code:
Asomiya Pratidin
www.asomiyapratidin.in