শেহতীয়া খবৰ
ডিমাপুৰত গুলিবিদ্ধ অৱস্থাত উদ্ধাৰ ধেমাজিৰ যুৱক...  •  দৰঙত কোৰোনাত আক্ৰান্তৰ সংখ্যা ৩৬০৩ জনলৈ বৃদ্ধি...  •  মই কল্পনাই কৈছো- ‘ন্যায় লাগে মোক...’  •  চামগুৰিস্থিত পাৱাৰ গ্ৰীড ষ্টেচনত মন্ত্ৰী কেশৱ মহন্ত :বিদ্যুৎ ব্যাহত হোৱাত জ্বলাকলা খাইছে ৰাইজে...  •  বাতিল হোৱা এছ আই পৰীক্ষাৰ প্ৰশ্নকাকত ছপাৰ দায়িত্বত আছিল বিজেপি নেতা...  •  মুখ্যমন্ত্ৰীয়ে উন্মোচন কৰিলে ড০ পানছাৰীৰ গ্ৰন্থ ‘বাতো বাতো মে’...  •  দেশত একেদিনাই সুস্থ হৈ উঠিল ১ লাখতকৈ অধিক কোৰোণাক্ৰান্ত ...  •  গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানৰ হাটীবহাৰ পিছফালৰ পথত কৃত্ৰিম বানপানী...  •  ৩০ ছেপ্টেম্বৰত ঘোষণা হ’ব কৃষক মুক্তিৰ নেতৃত্বত ৭০ সংগঠনৰ ৰাজনৈতিক দলৰ নাম...  •  ৩০ ছেপ্টেম্বৰত ঘোষণা হ’ব কৃষক মুক্তিৰ নেতৃত্বত ৭০ সংগঠনৰ ৰাজনৈতিক দলৰ নাম...

মৰ্মান্তিকঃ স্কুল ভানত লগা জুঁইয়ে প্ৰাণ ল’লে ৪ টাকৈ শিশুৰ…

185
  • এক শোকাৱহ ঘটনাই জোকাৰি গৈছে সমগ্ৰ দেশ।
  • এখন স্কুল ভানত সংঘটিত হোৱা অগ্নিকাণ্ডৰ ফলত নিহত হৈছে ৪ টাকৈ শিশু।
  • পঞ্জাৱৰ সংঙ্গুৰ জিলাত সংঘটিত হৈছে এই ঘটনা।
  • প্ৰাপ্ত খবৰুনৰি, শনিবাৰে দুপৰীয়া ভাগত সংঘটিত হৈছে এই ঘটনা।
  • স্কুলৰ পৰা ঘৰলৈ আহি থকাৰ সময়তে হঠাতে ভানখনত সুত্ৰপাত হয় অগ্নিকাণ্ডৰ।
  • অতি কম সময়ৰ ভিতৰতে জুঁইয়ে ঘেৰি ধৰে ভানখন।
  • অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ নিৰ্বাপন কৰে জুই।
  • ভানখনত আছিল ১২ টাকৈ শিশু।
  • সকলোৰে বয়স ৪-৫ বছৰৰ ভিতৰত আছিল।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি