নগাঁও কাগজ কলত অগ্নিকাণ্ড

নগাঁও কাগজ কলত অগ্নিকাণ্ড
  • জাগীৰোডৰ নগাঁও কাগজ কলত অগ্নিকাণ্ড।
  • সোমবাৰে নিশা সূত্ৰপাত হয় জুইৰ।
  • ১৩২ কেভি বিদ্যুতৰ পাৱাৰ হাউছৰ নিয়ন্ত্ৰণ কক্ষত লাগে জুই।
  • অগ্নিকাণ্ডৰ ফলত জ্বলি ছাই হ'ল কেইবাকোটি টকাৰ মূল্যৱান সামগ্ৰী।
  • ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ নিৰ্বাপন কৰে জুই।
  • শ্বৰ্ট চাৰ্কিটৰ ফলতে জুইৰ সূত্ৰপাত হয় বুলি জানিব পৰা গৈছে।
  • যাৰ বাবে ব্যাহত হৈ পৰে নগাঁও কাগজ কলৰ বিদ্যুৎ যোগান।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in