মুম্বাইৰ কটন গ্ৰীণ ৰে’লৱে ষ্টেছনত ভয়ংকৰ অগ্নিকাণ্ড…

মুম্বাইৰ কটন গ্ৰীণ ৰে’লৱে ষ্টেছনত ভয়ংকৰ অগ্নিকাণ্ড…
  • মুম্বাইৰ কটন গ্ৰীণ ৰে'লৱে ষ্টেছনত ভয়ংকৰ অগ্নিকাণ্ড।
  • ষ্টেছনৰ স্কাইৱাকত সংঘটিত হয় অগ্নিকাণ্ড।
  • অগ্নিকাণ্ডক কেন্দ্ৰ কৰি ষ্টেছনত সৃষ্টি হয় লৰাধপৰা।
  • ঘটনাস্থলীত উপস্থিত হৈছে দুখন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী।
  • অগ্নিকাণ্ডৰ সূত্ৰপাত কেনেকৈ ঘটিল সেয়া এতিয়াও জানিব পৰা হোৱা নাই।
  • ষ্টেছনৰ সমূহ যাত্ৰী সুৰক্ষিত থকা বুলি জানিব পৰা গৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in