শেহতীয়া খবৰ
বৰ্তমানলৈ সৰ্বাধিক ধন উপাৰ্জন কৰা বলিউদৰ ৫খন ছবি...  •  NIAৰ আদালতত ছাত্ৰ মুক্তিৰ কাৰ্যকৰী সভাপতি মানস কোঁৱৰৰ জামিন...  •  বলিউদৰ মোহময়ী অভিনেত্ৰীৰ অকাল মৃত্যু...  •  অসম-নগালেণ্ড সীমান্তত নগাৰ দপদপনিঃ নগা আৰক্ষীয়ে প্ৰহাৰ কৰিলে অসমৰ যুৱকক...  •  দিল্লীত থাকি কংগ্ৰেছৰ পাইলটে চলাইছে বিজেপি গমনৰ যো জা!...  •  ৰাজ্যত পুনৰ ৭৩৫জনৰ দেহত ধৰা পৰিছে কোভিড-১৯ পজিটিভ...  •  বিহপুৰীয়াৰ ৫ শতাধিক পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ বিজেপি নেতা অমিয় ভূঞাৰ...  •  দিশপুৰ মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৱেব সন্মিলন অনুষ্ঠিত...  •  ছিকিমৰ মংগনত খহি পৰিল ৪ মহলীয়া অট্টালিকা... VIDEO  •  জু-ৰোডৰ আকাশী পথৰ এটা বাসগৃহত অগ্নি সংযোগ দুৰ্বৃত্তৰ...

মুম্বাইৰ কটন গ্ৰীণ ৰে’লৱে ষ্টেছনত ভয়ংকৰ অগ্নিকাণ্ড…

79
  • মুম্বাইৰ কটন গ্ৰীণ ৰে’লৱে ষ্টেছনত ভয়ংকৰ অগ্নিকাণ্ড।
  • ষ্টেছনৰ স্কাইৱাকত সংঘটিত হয় অগ্নিকাণ্ড।
  • অগ্নিকাণ্ডক কেন্দ্ৰ কৰি ষ্টেছনত সৃষ্টি হয় লৰাধপৰা।
  • ঘটনাস্থলীত উপস্থিত হৈছে দুখন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী।
  • অগ্নিকাণ্ডৰ সূত্ৰপাত কেনেকৈ ঘটিল সেয়া এতিয়াও জানিব পৰা হোৱা নাই।
  • ষ্টেছনৰ সমূহ যাত্ৰী সুৰক্ষিত থকা বুলি জানিব পৰা গৈছে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি