শেহতীয়া খবৰ
পাকিস্তানক উচিত শিক্ষা! আমেৰিকাই কৰ্তন কৰিলে আৰ্থিক সাহায্য...  •  একেখন পোষ্টাৰত প্ৰধানমন্ত্ৰী মোডীৰ সৈতে উন্নাৱ বলাৎকাৰ কাণ্ডৰ মুল অভিযুক্তৰ ফটো, প্ৰতিক্ৰিয়া ব্যক্ত কংগ্ৰেছ নেত্ৰীৰ...  •  ওড়িশ্যাৰ বালাংগিৰৰ বান পৰিস্থিতিৰ বুজ ল’লে কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে...  •  নদীৰ কোবাল সোত! হিমাচলপ্ৰদেশত কথমপি প্ৰাণৰক্ষা পৰিল দুজনৰ...  •  দিল্লীত ৰে’লৰ আগত জঁপিয়াই আত্মহত্যা এজনৰ...  •  দুদিনীয়া ভ্ৰমণসূচীৰে ভূটানত উপস্থিত প্ৰধানমন্ত্ৰী মোডী... VIDEO  •  দুদিনীয়া ভ্ৰমণসূচীৰে ভূটানত উপস্থিত প্ৰধানমন্ত্ৰী মোডী... VIDEO  •  জাতীয় পতাকাক অপমান! বিজেপি কাৰ্যালয়ত অংকন কৰা পতাকা গচকিলে একাংশ নেতা-কৰ্মীয়ে, চাওক VIDEO...  •  বিশ্বৰ আটাইতকৈ ধনী পৰিয়ালৰ তালিকাৰ শীৰ্ষত কোন? আম্বানী পৰিয়ালে লাভ কৰিছেনে স্থান...  •  বিশ্বৰ আটাইতকৈ ধনী পৰিয়ালৰ তালিকাৰ শীৰ্ষত কোন? আম্বানী পৰিয়ালে লাভ কৰিছেনে স্থান...

অট্টালিকাৰ তৃতীয় মহলাত অগ্নিকাণ্ড…

76
  • মুম্বাইৰ কোলাবাত অগ্নিকাণ্ডম।
  • কোলাবাৰ মেৰীৱেদাৰ ৰোডৰ তাজ মহল হোটেলৰ সমীপত সংঘটিত হয় অগ্নিকাণ্ড।
  • এটা অট্টালিকাৰ তৃতীয় মহলাত সংঘটিত হয় এই অগ্নিকাণ্ড।
  • অগ্নিকাণ্ডত হতাহতৰ বিষয়ে এতিয়াও জানিব পৰা হোৱা নাই।
  • ঘটনাস্থলীত উপস্থিত অগ্নিনিৰ্বাপক বাহিনী আৰু উদ্ধাৰকাৰী দল।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি