অট্টালিকাৰ তৃতীয় মহলাত অগ্নিকাণ্ড…

অট্টালিকাৰ তৃতীয় মহলাত অগ্নিকাণ্ড…
  • মুম্বাইৰ কোলাবাত অগ্নিকাণ্ডম।
  • কোলাবাৰ মেৰীৱেদাৰ ৰোডৰ তাজ মহল হোটেলৰ সমীপত সংঘটিত হয় অগ্নিকাণ্ড।
  • এটা অট্টালিকাৰ তৃতীয় মহলাত সংঘটিত হয় এই অগ্নিকাণ্ড।
  • অগ্নিকাণ্ডত হতাহতৰ বিষয়ে এতিয়াও জানিব পৰা হোৱা নাই।
  • ঘটনাস্থলীত উপস্থিত অগ্নিনিৰ্বাপক বাহিনী আৰু উদ্ধাৰকাৰী দল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in