মহাৰাষ্ট্ৰৰ ভিৱান্দিত ভয়ংকৰ অগ্নিকাণ্ড…

মহাৰাষ্ট্ৰৰ ভিৱান্দিত ভয়ংকৰ অগ্নিকাণ্ড…
  • মহাৰাষ্ট্ৰৰ ভিৱান্দিৰ নাৰপলীত ভয়ংকৰ অগ্নিকাণ্ড।
  • নাৰপলীৰ চন্দন পাৰ্কত থকা এটা কাৰখানাত সংঘটিত হয় অগ্নিকাণ্ড।
  • নিমিষতে ভষ্মীভূত হৈ পৰে কাৰখানাটো।
  • সৌভাগ্যক্ৰমে প্ৰাণ ৰক্ষে পৰে কাৰখানাটোত কৰ্মৰত ৩ জন শ্ৰমিকৰ।
  • ২খন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীয়ে নিৰ্বাপন কৰে জুই।
  • চৰ্ট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ড সংঘটিত হোৱা বুলি সন্দেহ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in