মহানগৰীৰ লালগণেশত পুৱতি নিশা ভয়ংকৰ অগ্নিকাণ্ড

প্ৰতীকি ফটো
প্ৰতীকি ফটো
  • মহানগৰীৰ লালগণেশত পুৱতি নিশা অগ্নিকাণ্ড।
  • বেটেলিয়ান গে'টত সূত্ৰপাত হয় অগ্নিকাণ্ডৰ।
  • জুইত জাহ গ'ল কেইবা লক্ষাধিক টকাৰ সা-সম্পত্তি।
  • জয়নাথ গিৰি নামৰ এজন লোকৰ ঘৰত সূত্ৰপাত হৈছিল এই জুইৰ।
  • শ্বৰ্ট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ডৰ সন্দেহ ৰাইজৰ।
  • জুইত ভস্মীভূত হয় লোকজনৰ ঘৰৰ প্ৰথম মহলা।
  • ৰাইজৰ সহযোগত ৩খন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীয়ে নিৰ্বাপিত কৰে জুই।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in